ছয় কোবাই মৃত্যুৰ শীতল কোলাত ঢলি পৰিল উদীয়মান ক্ৰিকেটাৰ
🔹 পঞ্জাবত ক্ৰিকেটৰ পথাৰত শোকাৱহ ঘটনা
নিউজ ডেস্ক, ২৯ জুন : জীৱনটো নভবা ধৰণে ক্ষন্তেকীয়া! সকলো ঠিকেই চলি থাকিলেও পিছমুহূৰ্ততে বহু মানুহে মৃত্যুৰ কোলাত ঢলি পৰিছে। ক্ৰিকেটৰ খেলপথাৰতো দেখা গ’ল ঠিক একেই ঘটনা। বিশাল ছয় কোবাই খেলপথাৰতে হঠাৎ…