নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

হেৰা ফেৰী-৩ ক্লাইমেক্সৰ যৱনিকা : Paresh Rawal returns to Hera Pheri 3

অৱশেষত অক্ষয় কুমাৰ-পৰেশ ৰাৱালৰ বন্ধুত্ব আৰু ‘হেৰা ফেৰী ৩’ৰ নাটকীয়তাৰ অন্ত পৰিল। বলীউডৰ দুই জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰ আৰু পৰেশ ৰাৱাল পুনৰ ‘হেৰা ফেৰী ৩’ চলচ্চিত্ৰখনৰ জৰিয়তে একেলগে পর্দাত ঘূৰি আহিব। দীৰ্ঘসময় ধৰি একেলগে বহলসংখ্যক…

এণ্টি-এজিং, উজ্জ্বল ছালৰ টেবলেট আৰু… শেফালিৰ ঘৰত আৰু কি উদ্ধাৰ আৰক্ষীৰ

অভিনেত্ৰী-মডেল শেফালি জাৰীৱালাৰ আন্ধেৰীস্থিত আৱাসস্থলীত মুম্বাই আৰক্ষীয়ে কৰা অনুসন্ধানত এন্টি-এজিং ঔষধ, ছাল উজ্জ্বল কৰা টেবলেট আৰু ভিটামিন ছাপ্লিমেন্ট উদ্ধাৰ কৰিছে। হিন্দুস্তান টাইমছৰ এটা প্ৰতিবেদন অনুসাৰে, পঞ্চনামা (অভিযোগ-পঞ্জিকাৰ আইনী…

বিজনীত বজ্ৰপাতত মহিলাৰ কৰুণ মৃত্যু

বিজনীত বজ্ৰপাতত মহিলাৰ কৰুণ মৃত্যু। চিৰাং জিলাৰ বিজনীৰ কপটুপলী বাতাবাৰীত আজি পুৱা ৬.৩০ মান বজাত সংঘটিত হয় এক মৰ্মান্তিক ঘটনা। খেতিত কাম কৰি থাকোঁতেই বজ্ৰপাতত মৃত্যু হয় এগৰাকী মহিলাৰ। মৃত মহিলাগৰাকীৰ নাম পুষ্প দাস বুলি জানিব পৰা‌ গৈছে।…

কামৰূপত JEৰ ভয়াৱহ সংক্রমণ, আক্ৰান্ত ১৩, দুগৰাকীৰ মৃত্যু

ৰাজ্যৰ বিভিন্ন প্রান্তৰ লগতে কামৰূপ জিলাতো জাপানিজ এনকেফেলাইটিছ ৰোগৰ ভয়াৱহ প্রাদুর্ভাৱ হৈছে৷ ৰাজ্যৰ ভিতৰতে সর্বাধিক লোক কামৰূপ জিলাত এই ৰোগত আক্রান্ত হৈছে৷ বর্তমানলৈ জিলাখনত ১৩জন লোক আক্রান্ত হৈছে আৰু ইয়াৰ দুগৰাকীৰ ইতিমধ্যে মৃত্যু হৈছে…

ডিক’ডিং জীৱন : কথাত মোক নোৱাৰিবা

ড০ পার্থসাৰথি মহন্ত সঁচা কথা কওকচোন– আপোনাৰ বাৰু এনেকুৱা হৈছেনে? আপুনি এক প্রচণ্ড তর্কত লিপ্ত হৈ পৰিছে– আপোনাৰ পত্নী, পতি, ভাই–ভনী, সহকর্মী, বন্ধু বা সংগীৰ সৈতে–য’ত মূল বিষয়টো পাহৰি বা এৰাই আপুনি কেৱল নিজৰ কথাটো প্রমাণ কৰাৰ চেষ্টাত…

প্রাইড ইষ্টৰ ডিজিটেল মার্কেটিং প্লেটফর্ম RAMDHENU MUSICS মুকলি

অসমীয়া সংগীতক ডিজিটেল মার্কেটিঙৰ জৰিয়তে বিশ্বৰ বুকুত বিয়পাই দিয়াৰ লগতে প্রচাৰবিমুখ ন–পুৰণি শিল্পীসকলক বিশেষ মঞ্চ প্রদানৰ লক্ষ্যৰে আগবাঢ়ি আহিছে প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেড৷ যি সময়ত ন–পুৰণি শিল্পীসকলৰ সৃষ্টিশীল সংগীত…

প্ৰস্তুতি পৰাশৰক মহাৰাণী-অভিজিৎ ভট্টাচাৰ্যক মহাৰাজ বঁটা প্রয়াস, বজালীৰ

বজালী জিলাৰ সদৰ পাঠশালাৰ ভগৱতী ক্ষেত্ৰত গীত, নৃত্য, কবিতা আৰু নাটৰ এক ব্যতিক্ৰমী অনুষ্ঠানৰে শুভাৰম্ভণি হয় প্ৰয়াস বজালীৰ৷ শুভাৰম্ভণি অনুষ্ঠানত ভিন্ন ক্ষেত্ৰৰ কেবাগৰাকীও ব্যক্তিক প্ৰদান কৰা কেবাটাও বঁটা৷ ইয়াৰ ভিতৰত ভ্ৰাম্যমাণ আৰু চলচিত্ৰৰ…

চাৰিদুৱাৰত বন্যহস্তীৰ তাণ্ডৱ : তহিলং বিদ্যালয় গৃহ, বাসগৃহ, সামৰিক বাহিনী 

শোণিতপুৰৰ অসম-অৰুণাচল সীমান্তৱৰ্তী চাৰিদুৱাৰত বন্যহস্তীৰ তাণ্ডৱ অব্যাহত আছে। বালিপৰা সংৰক্ষিত বনাঞ্চল, চেঙেলীমাৰী সংৰক্ষিত বনাঞ্চল, নামেৰী ৰাষ্ট্ৰীয় উদ্যান আৰু চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ ঘন বনাঞ্চলৰপৰা খাদ্যৰ সন্ধানত ওলাই অহা জাক জাক…

ভূঁই ৰোৱাত ব্যস্ত বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ৰ শিক্ষাৰ্থী

বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ৰ পঞ্চম ষম্মাসিকৰ মুঠ ৩৫গৰাকী ছাত্ৰ ছাত্ৰীয়ে ৰাষ্ট্ৰীয় সেৱা যোজনাৰ অধিনত ম'হমাইকী গাওঁ পঞ্চায়তৰ মুকলি পথাৰত ভুঁইৰোৱা কামত অংশগ্ৰহণ কৰে। অসমৰ মূল জীৱিকা কৃষিৰ প্ৰতি উঠি অহা প্ৰজন্মই দেখুৱাই অহা উদাসীনতাৰ…

শিমলুগুৰিৰ ছাত্ৰ গৌতম দিহিঙীয়া সন্ধানহীন

নাজিৰা সমজিলাৰ অন্তৰ্গত শিমলুগুৰি নগৰৰ পৰা এজন ২০ বছৰীয়া ছাত্ৰ সন্ধানহীন হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিবপৰা মতে চৰাইদেউ জিলাৰ সোনাৰি বাঁহবাৰী নিবাসী ইন্দ্ৰজিৎ দিহিঙীয়া আৰু জুনুমণি দিহিঙীয়াৰ পুত্ৰ সৰুৰে পৰা শিমলুগুৰি নগৰৰ…