নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

অসম বিদ্যালয় শিক্ষা ব’ৰ্ডত চাকৰি

🔹 আবেদনৰ অন্তিম তাৰিখ ৭ জুলাই অসম ৰাজ্যিক স্কুল শিক্ষা ব’ৰ্ডত খালী হোৱা কেইটামান পদ পূৰণৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

চাকৰিৰ প্রলোভনেৰে মহিলাক ছমাহত ১২বাৰ ধ*র্ষণ পুৰোহিতৰ

🔹 পদ্মশ্রী সন্মানপ্রাপক কার্তিক মহাৰাজৰ বিৰুদ্ধে অভিযোগ মহিলাৰ নিউজ ডেস্ক, ২৯ জুন : কলকাতাত আইন মহাবিদ্যালয়ৰ ছাত্রীক দলবদ্ধ ধ*র্ষণৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰি থকাৰ সময়তে পদ্মশ্রী সন্মানপ্রাপক পুৰোহিত কার্তিক মহাৰাজৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ…

দেশৰ পৰা দূৰত থাকিলেও ভাৰতবাসীৰ হূদয়ত আছে আপুনি

🔹 আন্তর্জাতিক মহাকাশ কেন্দ্রত বাহৰ পতা শুভাংশুৰ সৈতে মোদীৰ বার্তালাপ 🔹 মহাকাশত গাজৰৰ হালোৱা-আমৰ ৰসৰ সোৱাদ ল'লে শুক্লা আৰু তেওঁৰ সতীৰ্থই নিউজ ডেস্ক, ২৯ জুন : ইতিহাস সৃষ্টিৰে প্রথমগৰাকী ভাৰতীয় মহাকাশচাৰী হিচাপে আন্তর্জাতিক মহাকাশ কেন্দ্র,…

অজিত ভূঞাৰ সাংসদ পুঁজি কেলেংকাৰিৰ অভিযোগনামা দাখিল

🔹 বিশেষ আদালতত দাখিল ৩,৭৫৬ পৃষ্ঠাৰ চার্জশ্বীট বিশেষ বাৰ্তা, ২৯ জুন : ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ সাংসদ পুঁজিৰ কেলেংকাৰি সন্দর্ভত মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষ, চমুকৈ চিএম ভিজিলেঞ্চে অভিযোগনামা বিশেষ ন্যায়াধীশৰ আদালতত দাখিল কৰে৷ মুঠ…

আইছিছ ভাৰতৰ মুৰব্বী ছাকিব নাছানৰ হাস্পতালত মৃত্যু

🔹 মুম্বাই বোমা বিস্ফোৰণকে ধৰি বিভিন্ন সন্ত্রাসবাদী কার্যকলাপত জড়িত নাছান নিউজ ডেস্ক, ২৯ জুন : নিষিদ্ধ সংগঠন আইছিছ ভাৰতৰ মুৰব্বী তথা নিষিদ্ধ ছিমিৰ নেতা ছাকিব নাছানৰ দিল্লীৰ চফদৰজং হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটে৷ মগজুত ৰক্তক্ষৰণ হৈ…

বিটিচি শিক্ষা সঞ্চালকালয়ৰ শিক্ষক পদত নিযুক্তিৰ প্রস্তুতি

🔹 আবেদনৰ অন্তিম তাৰিখ ৩ জুলাই বিটিচি কোকৰাঝাৰৰ শিক্ষা সঞ্চালকালয়ে নিম্ন আৰু উচ্চ প্রাথমিক বিদ্যালয়ত শিক্ষক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে৷

অজুহাত নহয়, এতিয়া ফলাফল দিয়ক

🔹 দ্বিতীয় টেষ্টৰ পূর্বে প্রশিক্ষক গম্ভীৰক সকীয়নি প্রাক্তন সতীর্থৰ নিউজ ডেস্ক, ২৯ জুন : ইংলেণ্ডৰ বিপক্ষে খেলিবলগীয়া দ্বিতীয়খন টেষ্টৰ পূর্বে চাপত ভুগিছে টীম ইণ্ডিয়াৰ মুখ্য প্রশিক্ষক গৌতম গম্ভীৰ৷ এণ্ডাৰছন–তেণ্ডুলকাৰ টেষ্ট শৃংখলাৰ প্রথমখন…

দুর্গাপূজাৰ সময়তে ১২ সহস্রাধিক শিক্ষক পদৰ নিযুক্তি

🔹 মাধ্যমিকত খালী হৈ থকা স্নাতক শিক্ষকৰ ৭,৫৮৮ পদৰ বাবে ১ জুলাইৰ পৰা হ’ব বাছনি প্রক্রিয়া বিশেষ বাৰ্তা, ২৯ জুন : শাৰদীয় দুর্গাপূজাৰ সময়তে বিদ্যালয় শিক্ষা বিভাগে ১২ সহস্রাধিক শিক্ষক পদত দিব নিযুক্তি৷ উল্লেখ্য যে শিক্ষক পদ পূৰণৰ লক্ষ্যৰে…

৯ বজাৰ পূর্বে স্কুললৈ আহিব লাগিব শিক্ষক

🔹 মাধ্যমিক শিক্ষা সঞ্চালকৰ গুৰুত্বপূর্ণ নির্দেশনা বিশেষ বাৰ্তা, ২৯ জুন : বিদ্যালয়ত শিক্ষক তথা অ–শৈক্ষিক কর্মচাৰীৰ উপস্থিতিক লৈ কঠোৰ স্থিতি গ্রহণ কৰিছে শিক্ষা বিভাগে৷ শেহতীয়াকৈ এই সন্দর্ভত মাধ্যমিক শিক্ষা সঞ্চালক মমতা হোজায়ে এক…

আজি দিনটোৰ ৰাশিফল

আজি দিনটোৰ ৰাশিফল, আজি ২৯ জুন, আহাৰ মাহৰ ১৪ তাৰিখ দেওবাৰ : তিথি–শুক্ল চতুর্থী, নক্ষত্র : অশ্লেষা, যাত্রা : নাই মেঘ : বিশেষ কোনো কামত সফলতা পাব৷ শৰীৰ দুর্বল অনুভৱ কৰিব৷ আবেলি পাঁচ বজাৰ পিছত চাই–চিতি যাত্রা কৰিব৷ আপোনাৰ শুভ ৰং বগা৷ বৃষ :…