বিষাক্ত বৃশ্চিকৰ পৰা স্তন কর্কটৰ ঔষধ উদ্ভাৱনৰ চেষ্টা
🔹 ছাও পাওলোত গৱেষণা চলিছে ‘ব্রথিয়াছ আমাজনিকাছ’ৰ
নিউজ ডেস্ক, ২৮ জুন : বিষৰ দ্বাৰাই বিষমুক্ত হোৱাৰ চিন্তাচর্চা চলাইছে বিজ্ঞানীয়ে৷ ব্রাজিলৰ অতি বিষাক্ত বৃশ্চিকৰ দ্বাৰাই স্তন কর্কট প্রতিৰোধী দৰব উদ্ভাৱনৰ চেষ্টা চলাইছে ব্রাজিলৰ ছাও পাওলো…