গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ভর্তি ৩২ জে ই পজিটিভ
🔹 ৰাজ্যত ভয়াৱহ ৰূপত জাপানীজ এনকেফেলাইটিছ
বিশেষ বাৰ্তা, ২৮ জুন : ৰাজ্যত জাপানীজ এনকেফেলাইটিছে সংহাৰী ৰূপ ধাৰণ কৰিছে৷ শিশুৰ পৰা বৃদ্ধলৈকে বহুজনক এই ৰোগে আক্রান্ত কৰিছে৷ ৰাজ্যৰ কামৰূপ মহানগৰ, কামৰূপ গ্রাম্য, নলবাৰী, মৰিগাঁও, নগাঁও, ধুবুৰী,…