IND-USৰ মাজত বাণিজ্য চুক্তি, দ্বিপাক্ষিক বাণিজ্যক $500 বিলিয়নলৈ বৃদ্ধিৰ লক্ষ্য
IND-US বাণিজ্য চুক্তি : মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে সুদূৰপ্ৰসাৰী বাণিজ্য চুক্তিৰ সম্ভাৱনাৰ কথা উল্লেখ কৰি কৈছে যে আমেৰিকা আৰু ভাৰতৰ মাজত এটা "অতি ডাঙৰ" বাণিজ্য চুক্তি শীঘ্ৰে ঘোষণা হ’ব পাৰে।
হোৱাইট হাউছত অনুষ্ঠিত অনুষ্ঠানত ট্ৰাম্পে…