নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

৪ মাহ পূর্বেই অষ্ট্রেলিয়া-ভাৰতৰ এদিনীয়া, টি–২০ৰ টিকট বিক্রী

অক্টোবৰ আৰু নৱেম্বৰ মাহত ঘৰুৱা দল অষ্ট্রেলিয়া আৰু ভাৰতৰ মাজত হ’বলগীয়া হোৱাইট বলৰ শৃংখলাটোক বিশেষকৈ অষ্ট্রেলিয়াত থকা ভাৰতীয় মূলৰ অনুৰাগীয়ে অধীৰ আগ্রহেৰে অপেক্ষা কৰি আছে৷ চাৰি মাহ পূর্বেই টিকট বিক্রী হ’ল দুয়ো দেশৰ মাজৰ এদিনীয়া আৰু টি–২০ মেচৰ…

ছার্ট-পেণ্ট পিন্ধি ছুইজাৰলেণ্ড-পেৰিছত পৰিয়ালসহ কৃষ্ণগুৰুৰ প্রমোদ বিহাৰ

‘গডমেন’– এটা বহুচর্চিত শব্দ৷ শেহতীয়াকৈ তেনে এজন ব্যক্তিক লৈয়ে ৰাজ্যত তীব্র বিতর্কৰ সূচনা হৈছে৷ বিশেষকৈ সামাজিক মাধ্যমত যেন উদ্ভৱ হৈছে ধুমুহাৰহে৷ এই ব্যক্তিজন আন কোনো নহয়৷ নসত্রস্থিত কৃষ্ণগুৰু সেৱাশ্রমৰ গুৰুকৃষ্ণ প্রেমানন্দ প্রভু৷ প্রধানতঃ…

মীৰা বৰঠাকুৰৰ বিৰুদ্ধে অপৰাধমূলক মানহানি গোচৰ ৰুজু ৰিণিকি ভূঞা শর্মাৰ

প্রদেশ মহিলা কংগ্রেছৰ সভানেত্রী মীৰা বৰঠাকুৰ গোস্বামীৰ বিৰুদ্ধে মানহানি গোচৰ ৰুজু কৰিছে প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ৰিণিকি ভূঞা শর্মাই৷ উল্লেখ্য যে ডিব্রুগড়ত কংগ্রেছৰ এখন সভাত মীৰা বৰঠাকুৰ…

১৫ দিনীয়া পুত্ৰক মাত্ৰ ২৫ হাজাৰ টকাত বিক্ৰী পাষাণ পিতৃৰ

অমানৱীয়, হৃদয় বিদাৰক, লজ্জাজনক! এজন পিতৃয়ে টকাৰ বিনিময়ত নিজৰ সন্তানক বিক্ৰী কৰিছিল। হাইলাকান্দি জিলাৰ বন্দুকমাৰাত হৃদয়বিদাৰক এই ঘটনা সংঘটিত হৈছে। কাছাৰ আৰু হাইলাকান্দি জিলা শিশু সুৰক্ষা সন্থাই শিশুটিক উদ্ধাৰৰ বাবে অভিযান চলাইছে। এই…

ডিগবৈত দুষ্প্ৰাপ্য লাজুকী বান্দৰ উদ্ধাৰ

ডিগবৈৰ পাৰ্শ্বৱৰ্তী বৰজানৰ এজন ব্যক্তিৰ বাসগৃহত আজি পুৱা ভাগত এটা দুস্প্ৰাপ্য লাজুকী বান্দৰ উদ্ধাৰ হয়। বিৰল প্ৰজাতিৰ বান্দৰটো প্ৰত্যক্ষ কৰি স্থানীয় লোকৰ দ্বাৰা ডিগবৈ বনবিভাগক অৱগত কৰাত বন কৰ্মী গনিৰুতদ্দিন হাজৰিকা সহ বন সুৰক্ষা কৰ্মীৰ এটা…

ৰে’লপথত গাড়ী চলাই আতংক সৃষ্টি মহিলাৰ, ৰেলৰ চলাচলত ৪৫ মিনিট ব্যাঘাত

ৰে'লপথত গাড়ী : তেলেংগানাৰ শংকৰপল্লীৰ সমীপত এক নাটকীয় আৰু অতি অস্বাভাৱিক কাণ্ড সংঘটিত হয়, য’ত এগৰাকী মহিলাই নিজৰ গাড়ীখন পোনে পোনে ৰে’লপথত লৈ গৈ ৰে’লৱে কৰ্মচাৰী আৰু যাত্ৰীসকলক স্তম্ভিত কৰি পেলায়। আজি পুৱা সংঘটিত হোৱা এই ঘটনাই ৰে’লৱেৰ…

মেক্সিকোত গুলীচালনা : ধৰ্মীয় উৎসৱত ভাগ লোৱা ১২জন লোক নিহত, আহত ২০

মেক্সিকোত গুলীচালনা : মেক্সিকোৰ ইৰাপুয়াটো চহৰত নিশা বন্দুকধাৰীয়ে ধৰ্মীয় অনুষ্ঠানত গুলীচালনা কৰে, তেতিয়া গুয়ানাজুয়াটোত কমেও ১২জন লোকৰ মৃত্যু হয়। এটৰ্নী জেনেৰেলৰ গুয়ানাজুয়াটো কাৰ্যালয়ৰ মতে, গুলীৰ আঘাতৰ বাবে অতিৰিক্ত ২০জন লোকক…

ভৱিষ্যৎ যুদ্ধৰ বাবে নির্মাণ হৈছে হত্যাকাৰী ৰবট

হত্যাকাৰী ৰবট : নিজৰ পৰাই লক্ষ্যবস্তুক বাছনি কৰি আক্রমণ চলাব পাৰে ৰবট অস্ত্রই ইয়াক ক’ব পাৰি ‘হত্যাকাৰী ৰবট’৷ কল্পবিজ্ঞানৰ কাহিনী যন্ত্রদানৱ এইবাৰ বাস্তৱলৈ আহি আছে৷ চিনেমাৰ পর্দাৰ ‘টার্মিনেটৰ’ এইবাৰ বাস্তৱ পৃথিৱীত দেখিবলৈ পোৱা যাব৷ অসম্ভৱ…

গোপনে আমেৰিকাত আঘাত কৰিব পৰা ক্ষেপণাস্ত্র নির্মাণ পাকিস্তানৰ

🔹 মার্কিন চোৰাংচোৱাৰ প্রতিবেদনত চাঞ্চল্যকৰ তথ্য নিউজ ডেস্ক, ২৬ জুন : আন্তঃমহাদেশীয় বেলিষ্টিক ক্ষেপণাস্ত্র (আচিবিএম) নির্মাণ কৰি আছে পাকিস্তানে৷ এই ক্ষেপণাস্ত্র দীর্ঘ দূৰত্বভেদী৷ পাকিস্তানৰ ভূমিৰ পৰা আমেৰিকাত আক্রমণ চলাব পৰাবিধৰ এই…

বন বিভাগত ৫০টা ফৰেষ্ট ৰেঞ্জাৰৰ পদত চাকৰি

🔹 আবেদনৰ অন্তিম তাৰিখ ২০ জুলাই অসম লোকসেৱা আয়োগে অসমৰ পৰিৱেশ আৰু বন বিভাগৰ অধীনস্থ অসম বন পৰিসেৱাত খালী হোৱা ৫০টা ফৰেষ্ট ৰেঞ্জাৰ পদত নিয়োগৰ বাবে প্রার্থীৰ পৰা আবেদন বিচাৰিছে৷