নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

হেডিংলে টেষ্ট-ত পৰাজয় ৰোধ ব্যৰ্থ ভাৰতীয় বাহিনী, দিশহাৰা বলাৰ, সফল Bazball Plan

হেডিংলে টেষ্ট -ত পৰাজয় ৰোধ ব্যৰ্থ ভাৰতীয় বাহিনী, দিশহাৰা বলাৰ, সফল Bazball Plan বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ–চক্রৰ প্রথমখন টেষ্টতে পৰাজয়ৰ সন্মুখীন হ’ল শুভমন গিল নেতৃত্বাধীন টীম ইণ্ডিয়া৷ ঘৰুৱা দল ইংলেণ্ডৰ বিপক্ষে খেলি থকা পাঁচখনীয়া টেষ্ট মেচৰ…

আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল আজি ২৫ জুন, আহাৰ মাহৰ ১০ তাৰিখ বুধবাৰ : তিথি–অমাৱস্যা, নক্ষত্রঃ মৃগশিৰা, যাত্রাঃ নাই মেষঃ পিছবেলা কোনো ক্ষেত্রত নিৰাশ হ’ব পাৰে৷ প্রয়োজনীয় ক্ষেত্রত সেয়ে সাৱধানে চলক৷ দাম্পত্যত মধ্যম৷ শৰীৰ ভাল হ’লেও উদ্বেগ এৰাব নোৱাৰিব৷…

মহানগৰীত ভূমি ম্যাদীকৰণক লৈ সক্ৰিয় প্ৰৱঞ্চক চক্ৰ

🔹 নুনমাটিত ফোনযোগে দাবী কৰিলে ধন মহানগৰ বাৰ্তা, ২৪ জুন : গুৱাহাটী মহানগৰীৰ বাসিন্দাক ভূমি ম্যাদীকৰণ তথা পট্টা দিয়াৰ প্ৰক্ৰিয়া ক্ষিপ্ৰতাৰে চলি থকাৰ সময়তে প্ৰৱঞ্চক তথা দালাল চক্ৰ এটা সক্ৰিয় হৈ উঠিছে মহানগৰীত। এই চক্ৰটোৱে আনকি বিভিন্ন নথি…

ভাৰতত ওজন কমাব পৰা ঔষধ Wegovy মুকলি Novo Nordiskৰ

ডেনিছ ফাৰ্মাচিউটিকেল কোম্পানী Novo Nordisk -এ ভাৰতত সপ্তাহত এবাৰকৈ বেজী দিব পৰা ওজন কমাব পৰা ঔষধ Wegovy মুকলি কৰে, প্ৰতি ড’জত মূল্য ৪,৩৩৬.২৫ টকা। সপ্তাহত এবাৰকৈ গ্লুকগন সদৃশ পেপটাইড-১ ৰিচেপ্টৰ এগ’নিষ্ট (GLP-1 RA) Wegovy ভাৰতৰ প্ৰথম আৰু…

শিলচৰত ৩ কোটিৰ ৫৭৬.৫৮ কিঃগ্ৰাঃ গাঞ্জা জব্দ, আটক ৩ 

শিলচৰত ৩ কোটি টকাৰ বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে। লগতে দুখন বাহন সহ তিনি গৰাকী সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে। কাছাৰৰ আৰক্ষী অধীক্ষক নোমল মাহাত্তাই জনোৱা মতে, কাছাৰ আৰক্ষীয়ে  শিলচৰ বাইপাছৰ সমীপৰ আই এছ বি টিত…

যুদ্ধবিধ্বস্ত ইৰান-ইজৰাইলৰ পৰা দেশলৈ উভতিল ১,৭১৩ ভাৰতীয়

🔹 ‘অপাৰেচন সিন্ধু’ৱে লাভ কৰিছে গতি নিউজ ডেস্ক, ২৪ জুন : ইৰান-ইজৰাইলৰ সামৰিক সংঘাতৰ মাজতে দুয়োখন দেশত আবদ্ধ হৈ থকা ভাৰতীয় নাগৰিকসকলক ওভতাই আনিবলৈ ‘অপাৰেচন সিন্ধু’ আৰম্ভ কৰিছে নতুন দিল্লী প্রশাসনে৷ পৰহি নিশা মাছাদৰ পৰা ২৮৫জনক দেশলৈ ওভতাই অনা…

বৈষ্ণো দেৱী মন্দিৰ পথত ভূমিস্খলন : বেটাৰী গাড়ী-হেলিকপ্টাৰ সেৱা বন্ধ

নতুন প্ৰৱেশ পথত জম্মু-কাশ্মীৰৰ বৈষ্ণো দেৱী মন্দিৰ ত হোৱা প্ৰচণ্ড বৰষুণৰ ফলত হোৱা ব্যাপক ভূমিস্খলনৰ ফলত বেটাৰী গাড়ী আৰু হেলিকপ্টাৰ সেৱা সাময়িকভাৱে বন্ধ হৈ পৰিছে। ভৱনৰ পৰা ভৈৰৱ উপত্যকালৈ কেবল্ গাড়ী সেৱাও বন্ধ কৰি দিয়া হয়। এই ঘটনাটো ২৩…

বিৰাট–ৰোহিতে খেলিব নোৱাৰিব পৰৱর্তী বিশ্বকাপ!

নিউজ ডেস্ক, ২৪ জুন : ভাৰতীয় দলৰ অভিজ্ঞ খেলুৱৈ ৰোহিত শর্মা আৰু বিৰাট কোহলিয়ে টি–২০ আৰু টেষ্ট ক্রিকেটৰ পৰা হতিমধ্যে অৱসৰ গ্রহণ কৰিছে৷ এতিয়া দুয়োগৰাকী খেলুৱৈয়ে কেৱল এদিনীয়া ক্রিকেট খেলি যাব৷ ৰোহিত আৰু কোহলিয়ে ২০২৭ চনৰ এদিনীয়া বিশ্বকাপত খেলাৰ…

ৰেইলটেল কর্প’ৰেচনত ৪৮টা পদত চাকৰি

🔹 আবেদনৰ অন্তিম তাৰিখ ৩০ জুন ৰেইলটেল কর্প’ৰেচন অৱ ইণ্ডিয়া লিমিটেডত খালী হোৱা কিছুসংখ্যক পদ পূৰণৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

খেলক আগত ৰাখি যুগ্মজীৱনৰ তাৰিখ পিছুৱালে ৰিংকুৱে

ভাৰতীয় ক্ৰিকেটাৰ ৰিংকু সিং আৰু সাংসদ প্ৰিয়া সৰোজৰ বিবাহ চলিত বৰ্ষৰ নৱেম্বৰ মাহত হোৱাৰ কথা আছিল যদিও এতিয়া বিবাহ স্থগিত ৰখা হৈছে। ৮ জুনত লক্ষ্ণৌৰ এখন বিলাসী হোটেলত ৰিংকু আৰু প্ৰিয়াৰ এংগেজমেণ্ট হয়, য’ত বিচিচিআইৰ উপ সভাপতি ৰাজীৱ শুক্লাৰ…