নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

সম্পাদকীয় : গুৱাহাটীৰ বান

সম্পাদকীয় : গুৱাহাটীৰ বান এপ্রিলৰ শেষ আৰু মে’ মাহৰ মাজভাগৰ পৰা গুৱাহাটী মহানগৰীত এটা দৃশ্য অতি সুলভ৷ ২০–২৫ মিনিটজোৰা এজাক মুষলধাৰ বৰষুণত ডুব যায় সমগ্র মহানগৰ৷ দ’ পিতনি অঞ্চল বাদেই, মহানগৰৰ প্রধান প্রধান বাট–পথবোৰতো একাঁঠু পর্যন্ত পানী জমা…

চিলাপথাৰ-ত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত মহিলা

নিয়মীয়া বাৰ্তা, ২৪ মে' : চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত চিলাসুতিত শুক্ৰবাৰে সন্ধিয়া প্ৰায় ৭.৩০ বজাত এক ভয়ংকৰ দুৰ্ঘটনাত এগৰাকী মহিলাৰ নিহত  হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ  পৰা পৰিলক্ষিত হৈছে। জানিব পৰা মতে চিলাসুতি কমলপুৰৰপৰা ডিমৌ…

আজি দিনটোৰ ৰাশিফল

আজি দিনটোৰ ৰাশিফল, আজি ২৪ মে’, জেঠ মাহৰ ৯ তাৰিখ শনিবাৰ : তিথি– কৃষ্ণা একাদশী, নক্ষত্র : ৰেৱতী, যাত্রা : নাই মেষ : এই ৰাশিৰ জাতক–জাতিকাৰ দিনটো বৰ ভাল বুলি ক’ব নোৱাৰি৷ পৰিয়ালৰ কোনোবাৰ অসুস্থতাৰ কাৰণে অর্থ ব্যয় হ’ব৷ শুভ ৰং বগা, শুভ সংখ্যা ২…

বানমুখ চুতীয়া গাঁৱত শিক্ষাবন্ধুৰ পঞ্চম বাৰ্ষিক শিশু গ্ৰন্থমেলা 

বিশেষ বাৰ্তা, ২৩ মে' : শিৱসাগৰ জিলাৰ বানমুখ চুতীয়া গাঁৱত বানমুখ চুতীয়া গাঁৱৰ মহিলা সমাজ আৰু বানমুখবাসী ৰাইজৰ সহযোগত তিনিদিনীয়া কাৰ্যসূচীৰে শিক্ষাবন্ধুৰ পঞ্চম বাৰ্ষিক শিশু গ্ৰন্থমেলাখনি ১৭, ১৮, ১৯ মে'ত অনুষ্ঠিত কৰা হয়। কাৰ্যসূচী অনুসৰি…

ৰাজ্যৰ পাঁচ স্বাস্থ্য প্ৰতিষ্ঠানক ART ক্লিনিক-ART বেংক-ছাৰোগেচী ক্লিনিক স্থাপনৰ অনুমতি

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৩ মে ' : ৰাজ্যৰ ইতিহাসত প্ৰথমবাৰৰ বাবে আজি অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে পাঁচখন স্বাস্থ্য প্ৰতিষ্ঠানক এছিষ্টেড ৰিপ্ৰডাক্টিভ টেকন’লজী (এ আৰ টি) ক্লিনিক, এ আৰ টি বেংক আৰু ছাৰোগেচী ক্লিনিক স্থাপনৰ বাবে…

কাৰিকৰী সমস্যাৰ সমাধান : শীঘ্ৰে কাৰ্যক্ষম হ’ব ছিকিমৰ পাকয়ং বিমানবন্দৰ

নিউজ ডেস্ক, ২৩ মে' : বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আশ্বাস দিছে যে ছিকিমৰ পাকয়ং বিমানবন্দৰ অতি সোনকালে কাৰ্যক্ষম হ’ব, কাৰণ সকলো কাৰিকৰী সমস্যা সক্ৰিয়ভাৱে সমাধান কৰা হৈছে। কাৰিকৰী সমস্যাৰ বাবে প্ৰায় দুবছৰ ধৰি…

ইএছআইচি -ত ৫৫৮টা পদত চাকৰি

🔹 ইএছআইচি -ত ৫৫৮টা পদত চাকৰি 🔹 আবেদনৰ অন্তিম তাৰিখ ২৬ মে’ কর্মচাৰী ৰাজ্যিক বীমা নিগম ( ইএছআইচি )ত ভিন্ন বর্গৰ ৫ শতাধিক পদ পূৰণৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

ৰিলায়েন্স ফুটবল ফাউণ্ডেচনলৈ শিৱসাগৰৰ বৰ্ণিল গোহাঁই

নিয়মীয়া বাৰ্তা, ২৩ মে’ : শিৱসাগৰ ক্ৰীড়া সন্থাৰ অন্তৰ্গত শিৱসাগৰ শিশু ফুটবল ক’চিং চেন্টাৰে ইতিমধ‍্যে তিনিগৰাকীগৰাকী ফুটবলাৰ ভাৰতৰ আগশাৰীৰ ফুটবল ফাউণ্ডেচনলৈ প্ৰেৰণ কৰিবলৈ সক্ষম হৈছে। ৰিলায়েন্স ফাউণ্ডেচনলৈ ইতিমধ‍্যে এই ফুটবল ক’চিং চেন্টাৰৰ…

LMCHত সুৰক্ষা কৰ্মী চাকৰিৰ নামত ধেমাজি-লখিমপুৰত প্ৰৱঞ্চকৰ জাল

নিয়মীয়া বাৰ্তা, ২৩ মে' : ধেমাজি আৰু লখিমপুৰ জিলা দুখনৰ কেইবাঠাইৰ পৰা হীৰকজ্যোতি  দত্ত আৰু মিতালী সোনোৱাল নামৰ  দুই প্ৰৱঞ্চকে জিলা দুখনৰ গ্ৰাম্য অঞ্চলৰ সাধাৰণ যুবক-যুৱতী সকলক মিছা প্ৰলোভনেৰে জালত পেলাই লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত…

৪টা ইছ্যুত নিৰপেক্ষ স্থানত ভাৰতৰে আলোচনা বিচাৰে পাকিস্তানে

🔹 ৪টা ইছ্যুত নিৰপেক্ষ স্থানত ভাৰতৰে আলোচনা বিচাৰে পাকিস্তানে 🔹 পাকিস্তানৰ প্রধানমন্ত্রী শ্বেহবাজ শ্বৰীফৰ বার্তা নিউজ ডেস্ক, ২৩ মে’ : ভাৰতীয় সেনাই অপাৰেচন সিন্দূৰেৰে পাকিস্তানক ভাৰতৰ ওচৰত আঁঠু ল’বলৈ বাধ্য কৰাইছে৷ কূটনৈতিক কঠোৰ সিদ্ধান্ত…