নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

নীপকো (NEEPCO) -ত ১০টা পদত চাকৰি

🔹 নীপকো (NEEPCO) -ত ১০টা পদত চাকৰি 🔹 আবেদনৰ অন্তিম তাৰিখ ৪ জুন নর্থ ইষ্টার্ন ইলেক্ট্রিক পাৱাৰ কর্প’ৰেচন লিমিটেড (NEEPCO)ত খালী হোৱা কেইটামান ট্রেইনী পদৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷ আগ্ৰহী প্ৰাৰ্থীৰ বাবে তলত তালিকা আগবঢ়োৱা হ'ল-…

কোটাত কিয় শিক্ষার্থীৰ আ*ত্মহ*নন বেছি?

🔹 উচ্চতম ন্যায়ালয়ৰ প্রশ্ণৰ সন্মুখীন ৰাজস্থান চৰকাৰ নিউজ ডেস্ক, ২৪ মে’ : ৰাজস্থানৰ কোটাত শিক্ষার্থীৰ মৃ*ত্যুৰ ঘটনাক লৈ উদ্বিগ্ণ উচ্চতম ন্যায়ালয় ৷ কিয় বাৰে বাৰে কোটাত শিক্ষার্থীসকলে আ*ত্মহ*ত্যাৰ পথ বাছি লৈছে! এই সন্দর্ভত প্রশ্ণ তুলিলে দেশৰ…

জালুকবাৰীত সুধাকণ্ঠৰ সমাধিক্ষেত্রৰ সমীপত বাহনৰ পৰা গুণ্ডাকৰ সংগ্ৰহ

জালুকবাৰীত সুধাকণ্ঠৰ সমাধিক্ষেত্রৰ সমীপত বাহনৰ পৰা গুণ্ডাকৰ সংগ্ৰহ নিয়মীয়া বাৰ্তা ডিজিটেল, ২৪ মে ' : জালুকবাৰীত থকা সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ সমাধিক্ষেত্রৰ সমীপত গঢ় লৈ উঠা যাত্রীবাহী বাহনৰ অবৈধ আস্থানে সমগ্র পৰিৱেশ বিনষ্ট কৰাৰ গুৰুতৰ…

এদিনৰ ধুমুহা–বৰষুণ– বজ্ৰাঘাতত উত্তৰ প্রদেশত ৪৫জনৰ মৃত্যু

🔹 এদিনৰ ধুমুহা–বৰষুণ– বজ্ৰাঘাতত উত্তৰ প্রদেশত ৪৫জনৰ মৃত্যু 🔹 পঞ্জাবত উৎপত্তি ঘটা ঘূর্ণি–ধুমুহাৰ প্রভাৱ : সোমবাৰলৈ জটিল পৰিস্থিতি নিউজ ডেস্ক, ২৪ মে’ : ভয়াৱহ প্রাকৃতিক বিপর্যয়ৰ সন্মুখীন উত্তৰপ্রদেশ৷ মাত্র এদিনৰ ধুমুহা, বৰষুণ আৰু বজ্রাঘাতত…

ইংলেণ্ড ভ্ৰমণলৈ ভাৰতীয় দল ঘোষণা বিচিচিআইৰ, নেতৃত্বত গিল, ছামি-শ্ৰেয়াছৰ নাই স্থান

ইংলেণ্ড ভ্ৰমণলৈ ভাৰতীয় দল ঘোষণা বিচিচিআইৰ , নেতৃত্বত গিল, ছামি-শ্ৰেয়াছৰ নাই স্থান নিউজ ডেস্ক, ২৪ মে' : ইংলেণ্ড ভ্ৰমণৰ বাবে টীম ইণ্ডিয়া স্কোৱাড ঘোষণা। ইংলেণ্ডৰ বিৰুদ্ধে পাঁচখন খেলৰ টেষ্ট শৃংখলাৰ বাবে টীম ইণ্ডিয়াক ঘোষণা কৰিছে ভাৰতীয়…

চর্দি–কাহ–জ্বৰ–উচ্চ ৰক্তচাপ নিয়ন্ত্রক দৰবৰ নাই নির্দিষ্ট মানদণ্ড

চর্দি–কাহ–জ্বৰ–উচ্চ ৰক্তচাপ  নিয়ন্ত্রক দৰবৰ নাই নির্দিষ্ট মানদণ্ড নিউজ ডেস্ক, ২৪ মে’ : পুনৰ ঔষধৰ নামত সাধাৰণ জনতাই বজাৰৰ পৰা বিহ ক্রয় কৰি থকা বুলি বিভিন্ন মহলে উদ্বেগ প্রকাশ কৰিছে৷ কাৰণ একেলগে প্রায় ২০০বিধ ঔষধ–ইনজেকচন বাতিল কৰিছে চেণ্ট্ৰেল…

ৰোহিত-কোহলিৰ অৱসৰ সন্দর্ভত নীৰৱতা ভংগ গম্ভীৰৰ

ৰোহিত-কোহলিৰ অৱসৰ সন্দর্ভত নীৰৱতা ভংগ গম্ভীৰৰ নিউজ ডেস্ক, ২৪ মে' : দুই তাৰকা ক্রিকেটাৰ ৰোহিত শর্মা আৰু বিৰাট কোহলিৰ টেষ্ট ক্রিকেটৰ পৰা অৱসৰ সন্দর্ভত অৱশেষত নীৰৱতা ভংগ কৰিলে টীম ইণ্ডিয়াৰ প্রশিক্ষক গৌতম গম্ভীৰে৷ মাত্র ৫ দিনৰ ভিতৰত ৰোহিত…

সম্পাদকীয় : গুৱাহাটীৰ বান

সম্পাদকীয় : গুৱাহাটীৰ বান এপ্রিলৰ শেষ আৰু মে’ মাহৰ মাজভাগৰ পৰা গুৱাহাটী মহানগৰীত এটা দৃশ্য অতি সুলভ৷ ২০–২৫ মিনিটজোৰা এজাক মুষলধাৰ বৰষুণত ডুব যায় সমগ্র মহানগৰ৷ দ’ পিতনি অঞ্চল বাদেই, মহানগৰৰ প্রধান প্রধান বাট–পথবোৰতো একাঁঠু পর্যন্ত পানী জমা…

চিলাপথাৰ-ত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত মহিলা

নিয়মীয়া বাৰ্তা, ২৪ মে' : চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত চিলাসুতিত শুক্ৰবাৰে সন্ধিয়া প্ৰায় ৭.৩০ বজাত এক ভয়ংকৰ দুৰ্ঘটনাত এগৰাকী মহিলাৰ নিহত  হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ  পৰা পৰিলক্ষিত হৈছে। জানিব পৰা মতে চিলাসুতি কমলপুৰৰপৰা ডিমৌ…

আজি দিনটোৰ ৰাশিফল

আজি দিনটোৰ ৰাশিফল, আজি ২৪ মে’, জেঠ মাহৰ ৯ তাৰিখ শনিবাৰ : তিথি– কৃষ্ণা একাদশী, নক্ষত্র : ৰেৱতী, যাত্রা : নাই মেষ : এই ৰাশিৰ জাতক–জাতিকাৰ দিনটো বৰ ভাল বুলি ক’ব নোৱাৰি৷ পৰিয়ালৰ কোনোবাৰ অসুস্থতাৰ কাৰণে অর্থ ব্যয় হ’ব৷ শুভ ৰং বগা, শুভ সংখ্যা ২…