চেঙাত আফ্ৰিকান ছোৱাইন ফিভাৰৰ প্ৰাদুৰ্ভাৱ, নিধন ৩৫টা গাহৰি
নিয়মীয়া বাৰ্তা, ২৩ মে': বৰপেটা জিলাৰ চেঙা ৰাজহ চক্ৰৰ অন্তৰ্গত নিজ চেঙা গাঁৱৰ বামপাৰাৰ হলধৰ কুমাৰ দেৱৰ পুত্ৰ দেৱ কুমাৰ দেৱৰ গাহৰিৰ ফাৰ্মত ধৰা পৰিছিল আফ্ৰিকান ছোৱাইন ফিভাৰ। গাহৰি ফাৰ্মখনৰ পৰা আফ্ৰিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ…