নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

ৰাজস্থান সীমান্তৰ পৰা পাকিস্তানক হুংকাৰ মোদীৰ

🔹 ৰাজস্থান সীমান্তৰ পৰা পাকিস্তানক হুংকাৰ মোদীৰ 🔹 সেন্দূৰ মচাসকলক ধূলিত মিলাই দিয়া হৈছে 🔹 ২২ এপ্রিলৰ প্রতিশোধ ২২ মিনিটত লৈছোঁ নিউজ ডেস্ক, ২৩ মে’ : ৰাজস্থান সীমান্তৰ পৰাই পাকিস্তানক হুংকাৰ মোদীৰ৷ পাকিস্তানৰ ভূমিত ভাৰতীয় সেনাই অপাৰেচন…

চিপিইচিত আফগানিস্তান

চিপিইচিত আফগানিস্তান : চীন–পাকিস্তান অর্থনৈতিক কৰিড’ৰ ( চিপিইচি )ক লৈ দীর্ঘদিন ধৰি ভাৰতে বিষোদগাৰ প্রকাশ কৰি আহিছিল৷ পাক অধিকৃত কাশ্মীৰৰ মাজেৰে যোৱা এই অর্থনৈতিক কৰিড’ৰে ভাৰতৰ সার্বভৌমত্ব আৰু আঞ্চলিক অখণ্ডতাৰ প্রতি ভাবুকি কঢ়িয়াই অনা বুলিও…

আজি দিনটোৰ ৰাশিফল

আজি দিনটোৰ ৰাশিফল, আজি ২৩ মে’, জেঠ মাহৰ ৮ তাৰিখ শুকুৰবাৰ : তিথি– কৃষ্ণা দশমী, নক্ষত্র : উত্তৰভাদ্রপদ, যাত্রা : নাই মেষ : দূৰ ভ্রমণ কৰিব পাৰিব৷ কর্মস্থানত ব্যস্ততা বাঢ়িব৷ শত্রুৰ পৰা সাৱধান হওক৷ ঘৰুৱাত শুভ৷ বিদ্যাত মধ্যম৷ শুভ ৰং পাতল…

বকতা নেমুগুৰিত শিশু পুথিভঁৰাল মুকলি প্রত্যাশাৰ

🔹 ‘দিগভ্ৰান্তিত প্রাপ্তি ছাঁ’ উন্মোচন বিশেষ বাৰ্তা, ২২ মে’ : শিৱসাগৰ জিলাৰ বকতা নেমুগুৰিৰ ভকতগাঁও প্রাথমিক বিদ্যালয়ত প্রত্যাশাৰ উদ্যোগত আৰু এছ হেপীনেছ, ভকতগাঁও প্রাথমিক বিদ্যালয়ৰ সহযোগত ১৯ মে’ত শিশুৰ বাবে এটা পুথিভঁৰাল মুকলি কৰা হয়৷ উক্ত…

ৰাষ্ট্রীয় ঘাইপথ প্রাধিকৰণত ৬০টা পদত চাকৰি

🔹 আবেদনৰ অন্তিম তাৰিখ ৯ জুন ৰাষ্ট্রীয় ঘাইপথ প্রাধিকৰণৰ অধীনৰ কিছুসংখ্যক পদ পূৰণৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

অপাৰেচন সিন্দূৰৰ সময়তো পাক কূটনীতিকক তথ্য দিছিল জ্যোতি মালহোত্রা -ই

নিউজ ডেস্ক, ২২ মে’ : জ্যোতি মালহোত্রা সন্দৰ্ভত সময় যোৱাৰ লগে লগে ভয়াৱহ তথ্য পোহৰলৈ আহিছে। পাকিস্তান তথা পাক অধিকৃত কাশ্মীৰত যেতিয়া ভাৰতীয় সেনাই অপাৰেচন সিন্দূৰ আৰম্ভ কৰিছিল তেতিয়াও পাকিস্তানী কূটনীতিক এহছান দাৰ ওৰফে ডানিশৰ সৈতে সম্পর্ক…

অৱসৰৰ পূৰ্বে ব’র্ডক কি প্ৰস্তাৱ দিছিল ৰোহিত শর্মা-ই

🔹 অৱসৰৰ পূৰ্বে ব’র্ডক কি প্ৰস্তাৱ দিছিল ৰোহিত শর্মা-ই 🔹 হিটমেনৰ প্রস্তাৱ পোনছাটেই প্রত্যাখ্যান নিউজ ডেস্ক, ২২ মে’ : টীম ইণ্ডিয়াৰ দুই তাৰকা খেলুৱৈ ৰোহিত শর্মা আৰু বিৰাট কোহলিৰ টেষ্ট অৱসৰ সন্দর্ভত এতিয়াও আলোচনা অব্যাহত আছে ৷ কিয় আকস্মিকভাৱে…

ন ন পৰিচয়েৰে বিয়াত বহি ২৫ যুৱকক প্রতাৰণা

🔹 আৰক্ষীৰ জালত কুখ্যাত অপৰাধী চক্রৰ মাষ্টাৰমাইণ্ড যুৱতী নিউজ ডেস্ক, ২২ মে’ : তেওঁ অকলশৰীয়া... দৰিদ্র, অসহায় ! সংসাৰত তেওঁৰ এজন ভাতৃ আছে ঠিকেই, কিন্তু জীৱিকা শূন্য ! ৩২ বছৰীয়া সুন্দৰী যুৱতীয়ে জীৱনৰ নতুন অধ্যায় আৰম্ভ কৰিব বিচাৰে, কিন্তু…

অবৈধ লেনদেনেৰে ১৪২ কোটিৰ লাভ হৈছিল গান্ধী পৰিয়াল -ৰ

🔹 নেচনেল হেৰাল্ড গোচৰ সন্দর্ভত ইডি 🔹 অবৈধ লেনদেনেৰে ১৪২ কোটিৰ লাভ হৈছিল গান্ধী পৰিয়াল -ৰ নিউজ ডেস্ক, ২২ মে’ : বহুচর্চিত নেচনেল হেৰাল্ড অবৈধ ধনৰ লেনদেন গোচৰত কংগ্রেছ নেত্রী ছোনিয়া গান্ধী আৰু সাংসদ পুত্র ৰাহুল গান্ধীসহ কেইবাজনো কংগ্রেছ…