নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

পাৰিলে গ্রেপ্তাৰ কৰক ! প্রত্যাহ্বান জনাই কাৰাগাৰৰ পৰা পলায়ন বন্দীৰ

🔹 আমেৰিকাৰ নিউ অৰলিন্সৰ ঘটনাক লৈ চাঞ্চল্য নিউজ ডেস্ক, ১৯ মে’ : আমেৰিকাৰ কাৰাগাৰ কর্তৃপক্ষক প্রত্যাহ্বান জনাই ১০জন বন্দীয়ে পলায়ন কৰা ঘটনাক লৈ সৃষ্টি হৈছে চাঞ্চল্য ৷ নিউ অৰলিন্সৰ কাৰাগাৰৰ পৰা পলায়ন কৰাৰ পূর্বে বন্দীসকলে লিখি থৈ যায়– ‘পাৰিলে…

হাজো-গুৱাহাটী পথৰ অভয়পুৰ-পতনিত কৃত্ৰিম বান, যাতায়াতত ব্যাঘাত

নিয়মীয়া বাৰ্তা, ১৯ মে' : বিগত কেইবাদিনো ধৰি হৈ থকা মুষলধাৰ বৰষুণৰ ফলত সদাব্যস্ত হাজো-গুৱাহাটী মূলপথৰ অভয়পুৰৰ পৰা পতনিলৈ প্ৰায় আধা কিলোমিটাৰ পথত সৃষ্টি হৈছে কৃত্ৰিম বান। ফলত যাতায়তৰ ক্ষেত্ৰত অসুবিধা হৈ পৰিছে সৰ্বসাধাৰণ ৰাইজৰ লগতে যান-বাহন…

নাহৰকটীয়াৰ কিংশুক মৰাণলৈ Zee Cine Award for Expert Sound Design বঁটা

বিশেষ বার্তা, ১৯ মে : ২০২৪ চনত মুক্তি লাভ কৰা হিন্দী চলচ্চিত্ৰ Stree 2ত কৰা sound designৰ বাবে নাহৰকটীয়াৰ কিংশুক মৰাণে Zee Cine Award for Expert Sound Design ৰাষ্ট্ৰীয় বঁটা লাভ কৰা খবৰে নাহৰকটীয়াৰ লগতে সমগ্ৰ অসমৰে সাংস্কৃতিক জগতখনত আনন্দৰ…

নগ্ন ছবি দেখুৱাই ছাত্রক যৌ*ন নির্যাতন ৰুছ শিক্ষয়িত্রীৰ

🔹 নগ্ন ছবি দেখুৱাই ছাত্রক যৌ*ন নির্যাতন ৰুছ শিক্ষয়িত্রীৰ 🔹 ৯ বছৰ কাৰাদণ্ড বিহিলে আদালতে নিউজ ডেস্ক, ১৯ মে’ : ১১ বছৰীয়া কিশোৰৰ সৈতে যৌ/না/চা/ৰ শিক্ষয়িত্রীৰ! দিনৰ পাছত দিন ধৰি বিদ্যালয়ত নিজৰ নগ্ন ছবি দেখুৱাই নাবালক ছাত্রক বিভিন্ন ধৰণে…

ডাইনীৰ সন্দেহ ত মহিলাক হত্যা : সোণাৰিত একেলগে ২৩জনক যাৱজ্জীৱন কাৰাদণ্ড

ডাইনীৰ সন্দেহ ত মহিলাক হত্যা : সোণাৰিত একেলগে ২৩জনক যাৱজ্জীৱন কাৰাদণ্ড নিয়মীয়া বাৰ্তা ডিজিটেল, ১৯ মে' :  এটা ঐতিহাসিক ৰায়ৰ সাক্ষী হৈ ৰ'ল চৰাইদেউ জিলা ন্যায়িক আদালত চৌহদ। ২০১২ চনত সংঘটিত এক অমানুষিক ঘটনাৰ যেন ওৰ পৰিল আজি। একাংশ নৰপিপাসু…

কণীযুক্ত মাছেৰে ভৰি পৰিছে পশ্চিম নলবাৰী অঞ্চলৰ বজাৰ

নিয়মীয়া বার্তা, ১৯ মে' : লুপ্ত হ'বলৈ ধৰা থলুৱা মাছৰ বংশবৃদ্ধি হোৱাৰ সময়তে মাছৰ নিধনযজ্ঞ চলিছে নলবাৰী জিলাৰ পশ্চিম নলবাৰী অঞ্চলৰ চুকে-কোণে। মীন আইনক উপলুঙা কৰি একাংশ মাছমৰীয়া আৰু একাংশ লোকে নৈ, বিল, খাল, জলাশয় আদিত কণীযুক্ত মাছৰ কণী নষ্ট কৰি…

২২ মে’ৰ পৰা অসম ক্ৰিকেট সন্থাৰ এচিএ মহিলা চেলেঞ্জাৰ ট্ৰফী

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৯ মে' : অসম ক্ৰিকেট সন্থাই ৰাজ্যৰ শ্ৰেষ্ঠ মহিলা ক্ৰিকেট প্ৰতিভা প্ৰদৰ্শন হব পৰাকৈ অহা ২২ মে'ৰ পৰা ৫০ অভাৰৰ এ চি এ উইমেনছ চেলেঞ্জাৰ ট্ৰফী প্ৰতিযোগিতা আয়োজনৰ কথা ঘোষণা কৰিছে। ২৬ মে’লৈ হ’বলগীয়া প্ৰতিযোগিতাত দৈনিক…

ইতিহাস সৃষ্টি আয়াৰৰ, IPLত তেনে ৰেকৰ্ডৰ প্ৰথম অধিনায়ক হিচাপে পৰিগণিত

ইতিহাস সৃষ্টি আয়াৰৰ, IPLত তেনে ৰেকৰ্ডৰ প্ৰথম অধিনায়ক হিচাপে পৰিগণিত নিয়মীয়া বাৰ্তা ডিজিটেল, ১৯ মে' : শ্ৰেয়াছ আয়াৰৰ অধিনায়কত্বত থকা পঞ্জাৱ কিংছ দলটোৱে আই পি এল ২০২৫ প্লে অফত নিজৰ স্থান নিশ্চিত কৰিছে। আয়াৰে যোৱা বছৰ নিজৰ অধিনায়কত্বৰ…

ভুৱা বাতৰি! এছিয়া কাপ নেখেলা সন্দৰ্ভত বিচিচিআইৰ আনুষ্ঠানিক বিবৃতি

ভুৱা বাতৰি! এছিয়া কাপ নেখেলা সন্দৰ্ভত বিচিচিআইৰ আনুষ্ঠানিক বিবৃতি নিউজ ডেস্ক, ১৯ মে' : ভাৰতীয় ক্ৰিকেট দলে এইবাৰ এছিয়া কাপ আৰু মহিলা উদীয়মান দলে এছিয়া কাপত অংশগ্ৰহণ নকৰে। সংবাদ মাধ্যমত একেধৰণৰ দাবী উত্থাপন হৈছে যদিও এতিয়া বিচিচিআইৰ…

সংখ্যালঘু উন্নয়ন আৰু বিত্ত নিগমত চাকৰি

ৰাষ্ট্রীয় সংখ্যালঘু উন্নয়ন আৰু বিত্ত নিগমত ভিন্ন বর্গৰ কিছুসংখ্যক পদ পূৰণৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷