নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

পাকিস্তানক সমর্থন : অসম আৰক্ষীৰ জালত ৭১জন দেশদ্রোহী

বিশেষ বাৰ্তা, ২০ মে’ : ভাৰতত থাকি পাকিস্তানক সমর্থন কৰা দেশদ্রোহীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে৷ ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্রান্তৰ পৰা সামাজিক মাধ্যমযোগে পাকিস্তানৰ সমর্থনত প’ষ্ট দিয়া ৭১জন এনে দেশদ্রোহীক আৰক্ষীয়ে গ্রেপ্তাৰ…

আমেৰিকাই ওভতাই দিলে ভাৰতৰ আম

🔹 ৰপ্তানিকাৰীৰ ৫ লাখ মার্কিন ডলাৰৰ ক্ষতি নিউজ ডেস্ক, ২০ মে’ : আমেৰিকা যুক্তৰাষ্ট্র আৰু ভাৰতৰ মাজত বাণিজ্যিক চুক্তি সম্পন্ন হোৱাৰ ক্ষণ গণি থকাৰ মাজতে আমেৰিকাই ভাৰতৰ ৰপ্তানিকৃত আম দেশখনৰ বিমানবন্দৰৰ পৰা ওভতাই পঠাইছে৷ চলিত মাহত ভাৰতৰ পৰা…

গুৱাহাটীৰ লগতে ৰাজ্যত ২-৩ দিনলৈ ধাৰাসাৰ বৰষুণৰ আগজাননী IMDৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২০ মে' : ভাৰতীয় বতৰ বিজ্ঞান বিভাগ (IMD)-এ জনোৱা অনুসৰি, অহা ২-৩ দিন ধৰি অসমত ধাৰাসাৰ বৰষুণ অব্যাহত থাকিব। আজি সংগৃহীত বৰষুণৰ তথ্য অনুসৰি, গুৱাহাটী আৰু ইয়াৰ দাতি-কাষৰীয়া অঞ্চলত ইতিমধ্যে যথেষ্ট পৰিমাণৰ বৰষুণ পৰিছে। এই…

১০০ কোটিৰে গুৱাহাটীত নির্মাণ হ’ব ক্ৰুজ টার্মিনেল

🔹 উত্তৰ–পূবৰ আভ্যন্তৰীণ জলপথ প্রকল্পৰ পর্যালোচনা সোণোৱালৰ ষ্টাফ ৰিপ’টাৰ, ২০ মে’ : গুৱাহাটীস্থিত সামুদ্রিক দক্ষতা বিকাশ কেন্দ্রত কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱালে ভাৰতীয় অভ্যন্তৰীণ জলপথ প্রাধিকৰণৰ অধীনত অসম…

৩২ বছৰে বাতৰিকাকত বিলাই ফুৰা নলবাৰীৰ‌ মণ্টু হাজৰিকা অসুস্থ 

বিশেষ বাৰ্তা, ২০ মে' : সুদীৰ্ঘ ৩২ বছৰে বাতৰি কাকত বিলাই এখৰাকী প্ৰতিষ্ঠিত বাতৰিকাকত যোগনীয়াৰ হিচাপে পৰিচিত নলবাৰীৰ মণ্টু হাজৰিকা গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে। নলবাৰী চহৰৰ পাৰ্শ্বৱৰ্তী মাজদিয়া গাঁৱৰ বাসিন্দা অতি বিনয়ী ব্যৱহাৰৰ মণ্টু…

মুকালমুৱাত লাট মণ্ডলক গ্ৰেপ্তাৰ ভিজিলেঞ্চৰ

নিয়মীয়া বাৰ্তা, ২০ মে' : মুকালমুৱাস্থিত বৰক্ষেত্ৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত অসম চৰকাৰৰ দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰন সঞ্চালকালয়ৰ আৰক্ষীয়ে আকস্মিক অভিযান চলাই চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ এগৰাকী ভূমি ৰাজহ সহায়ক (লাট মণ্ডল) আৰু…

পঞ্চায়ত নির্বাচন-ৰ বার্তা

পঞ্চায়ত নির্বাচন-ৰ বার্তা : সদ্যসমাপ্ত পঞ্চায়ত নির্বাচনত ৮৩ শতাংশ ভোট লাভেৰে ৰাজ্যৰ সাম্প্রতিক ৰাজনীতিলৈ বিশেষ বার্তা বহন কৰিছে শাসকীয় মিত্রজোঁটে৷ পঞ্চায়ত নির্বাচনত বিজেপি আৰু অসম গণ পৰিষদ (অগপ) দলে ঐক্যবদ্ধভাৱে যুঁজ দিছিল৷ দুয়োটা দলে…

আজি দিনটোৰ ৰাশিফল

আজি দিনটোৰ ৰাশিফল, আজি ২০ মে’, জেঠ মাহৰ ৫ তাৰিখ মঙলবাৰ : তিথি– কৃষ্ণা সপ্তমী, নক্ষত্র : ধনিষ্ঠা, যাত্রা : মধ্যম মেষ : বন্ধু–বান্ধৱৰ লগত মন খুলি কথা ক’লেও মূল কথা ব্যক্ত নকৰিব৷ কোনো নভবা প্রসংগই আমনি দিব পাৰে৷ বিদ্যাৰ চেষ্টাত সুফল৷ বৃষ :…

ইউনিয়ন বেংক অৱ ইণ্ডিয়া-ত ৫০০ পদত চাকৰি

ইউনিয়ন বেংক অৱ ইণ্ডিয়া -ত কিছুসংখ্যক পদ পূৰণৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷ আগ্ৰহী প্ৰাৰ্থীৰ বাবে তলত তালিকা আগবঢ়োৱা হ'ল-

পাৰিলে গ্রেপ্তাৰ কৰক ! প্রত্যাহ্বান জনাই কাৰাগাৰৰ পৰা পলায়ন বন্দীৰ

🔹 আমেৰিকাৰ নিউ অৰলিন্সৰ ঘটনাক লৈ চাঞ্চল্য নিউজ ডেস্ক, ১৯ মে’ : আমেৰিকাৰ কাৰাগাৰ কর্তৃপক্ষক প্রত্যাহ্বান জনাই ১০জন বন্দীয়ে পলায়ন কৰা ঘটনাক লৈ সৃষ্টি হৈছে চাঞ্চল্য ৷ নিউ অৰলিন্সৰ কাৰাগাৰৰ পৰা পলায়ন কৰাৰ পূর্বে বন্দীসকলে লিখি থৈ যায়– ‘পাৰিলে…