ভাৰত-পাকৰ যুদ্ধবিৰতিৰ আঁৰত নাই কোনো তৃতীয় পক্ষ
নিউজ ডেস্ক, ১৩ মে’ : ভাৰত আৰু পাকিস্তানৰ যুদ্ধবিৰতিত তৃতীয় পক্ষ জড়িত থকা বুলি ব্যাপক চর্চাৰ বিষয় হৈ উঠিছে৷ চাৰি দিন ধৰি ভাৰত আৰু পাকিস্তানৰ মাজত চলি থকা অঘোষিত যুদ্ধৰ বিৰতি শীঘ্রে হ’ব বুলি আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে…