নিয়োগ বাৰ্তা গুৱাহাটী উচ্চ ন্যায়ালয়ত ব্যক্তিগত সহায়কৰ চাকৰি নিয়মীয়া বাৰ্তা May 13, 2025 গুৱাহাটী উচ্চ ন্যায়ালয়ত জ্যেষ্ঠ ব্যক্তিগত সহায়কৰ কেইটামান পদ পূৰণৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷ আগ্ৰহী প্ৰাৰ্থীৰ বাবে তলত তালিকা আগবঢ়োৱা হ'ল-
ক্রীড়া-জগত ১২ বছৰ পূর্বে কোহলি-য়ে দিয়া উপহাৰৰ কথা ৰোমন্থন তেণ্ডুলকাৰৰ নিয়মীয়া বাৰ্তা May 13, 2025 নিউজ ডেস্ক, ১৩ মে’ : টীম ইণ্ডিয়াৰ তাৰকা বেটাৰ বিৰাট কোহলি-য়ে কালি টেষ্ট ক্রিকেটৰ পৰা অৱসৰ গ্রহণ কৰে৷ ১৪ বছৰীয়া টেষ্ট কেৰিয়াৰত বহুতো অভিলেখ প্রতিষ্ঠা কৰা কোহলিয়ে আকস্মিকভাৱে গ্রহণ কৰা অৱসৰৰ সিদ্ধান্তত তেওঁৰ অনুৰাগীসকলৰ লগতে ক্রিকেট জগতৰ…
দেশ বিদেশ উঃ প্রদেশত ১৭ নৱজাত কন্যাৰ নাম ৰাখিলে ‘ সিন্দূৰ ’ নিয়মীয়া বাৰ্তা May 13, 2025 নিউজ ডেস্ক, ১৩ মে’ : পাকিস্তানৰ সন্ত্রাসবাদীৰ বিৰুদ্ধে ভাৰতীয় সেনাৰ অপাৰেচন সিন্দূৰ এতিয়া দেশৰ বাবে গৌৰৱ হৈ উঠিছে৷ অপাৰেচন সিন্দূৰৰ সফলতাৰ বাবে ভাৰতীয় সশস্ত্র বাহিনীক সন্মান জনাই নৱজাত কন্যাৰ নাম সিন্দূৰ ৰাখিবলৈ মন মেলিছে ভাৰতীয় নাগৰিকে৷…
ক্রীড়া-জগত বিৰাট-ৰ অৱসৰত পত্নী অনুষ্কাৰ আৱেগিক পোষ্ট নিয়মীয়া বাৰ্তা May 13, 2025 নিউজ ডেস্ক, ১৩ মে’ : টীম ইণ্ডিয়াৰ প্রাক্তন অধিনায়ক বিৰাট কোহলিয়ে টেষ্ট ক্রিকেটৰ পৰা অৱসৰ লোৱাৰ সংবাদে আৱেগিক কৰি তুলিছে ক্রিকেট অনুৰাগীক৷ ক্রিকেটৰ দীঘলীয়া সংস্কৰণটোৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰা দিনটোত পত্নী অনুষ্কা শর্মায়ো আৱেগিক হৈ পৰে ৷…
ক্রীড়া-জগত ১৭ মে’ৰ পৰা পুনৰ আইপিএল নিয়মীয়া বাৰ্তা May 13, 2025 নিউজ ডেস্ক, ১৩ মে’ : পুনৰ আৰম্ভ হ’ব ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ ঐশ্বর্যশালী টি–২০ ক্রিকেট প্রতিযোগিতা আইপিএল ৷ দুই চুবুৰীয়া ৰাষ্ট্র ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা যুদ্ধৰ বাবে এসপ্তাহৰ বাবে স্থগিত ৰখা আইপিএল পুনৰ আৰম্ভ কৰাৰ সিদ্ধান্ত…
ক্রীড়া-জগত কোহলি-ৰ অৱসৰক লৈ মুখ খুলিলে বিচিচিআয়ে নিয়মীয়া বাৰ্তা May 13, 2025 নিউজ ডেস্ক, ১৩ মে’ : সুদীর্ঘ ১৪ বছৰীয়া বর্ণিল টেষ্ট কেৰিয়াৰৰ সামৰণি পৰিল বিৰাট কোহলি-ৰ৷ হেৰুওৱা ফর্ম উদ্ধাৰ কৰি পুনৰ ছন্দলৈ উভতি অহাৰ পাছতো টীম ইণ্ডিয়াৰ প্রাক্তন অধিনায়ক কোহলিয়ে ৰঙা বলক বিদায় দিয়াৰ সিদ্ধান্ত গ্রহণ কৰে৷ কোহলিৰ এই সিদ্ধান্তত…
অসম বিজনী-ত চতুৰ্থ পত্নীৰ প্ৰাণ ল’লে ঘাতক স্বামীয়ে নিয়মীয়া বাৰ্তা May 13, 2025 নিয়মীয়া বাৰ্তা, বিজনী, ১৩মে' : চিৰাং জিলাৰ বিজনী থানাৰ অন্তৰ্গত ১নং মাজৰাবাৰীত সংঘটিত হৈছে এক হত্যাকাণ্ডৰ ঘটনা। মঙলবাৰে পুৱতি নিশা চতুৰ্থ পত্নীক হত্যা কৰে স্বামী আৰু তৃতীয় পত্নীয়ে। চতুৰ্থ পত্নীক হত্যা কৰে তৃতীয় পত্নী ৰুমিনা খাতুন আৰু…
নিয়োগ বাৰ্তা কেবিনেট সচিবালয়ত ২০টা পদত চাকৰি নিয়মীয়া বাৰ্তা May 13, 2025 ভাৰত চৰকাৰৰ কেবিনেট সচিবালয়ত জ্যেষ্ঠ ক্ষেত্র পৰিদর্শক বিষয়া (কাৰিকৰী)ৰ খালী পদ পূৰণৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷ আগ্ৰহী প্ৰাৰ্থীৰ বাবে তলত তালিকা আগবঢ়োৱা হ'ল-
আন্তঃৰাষ্ট্ৰীয় আমেৰিকা -চীনৰ বাণিজ্যিক যুদ্ধবিৰতি ঘোষণা নিয়মীয়া বাৰ্তা May 13, 2025 নিউজ ডেস্ক, ১৩ মে’ : আমেৰিকা যুক্তৰাষ্ট্র আৰু চীনৰ মাজত চলি থকা বাণিজ্যিক যুদ্ধৰ সাময়িক বিৰতিৰ সিদ্ধান্ত৷ দুই দেশৰ মাজত চলি থকা পাৰস্পৰিক শুল্ক আৰোপৰ বাণিজ্যিক যুদ্ধখন ৯০ দিনৰ বাবে বিৰত থাকিব৷ অর্থাৎ ৯০ দিনৰ কাৰণে দুয়োখন দেশে পাৰস্পৰিক…
আন্তঃৰাষ্ট্ৰীয় মালদ্বীপ-ক ৫০ মিলিয়ন মার্কিন ডলাৰৰ বিত্তীয় সাহায্য ভাৰতৰ নিয়মীয়া বাৰ্তা May 13, 2025 নতুন দিল্লী, ১৩ মে’ : সাগৰীয় চুবুৰীয়া ৰাষ্ট্র মালদ্বীপ-ক বিত্তীয় সাহায্যৰ সম্প্রসাৰণ কৰিছে ভাৰতে৷ মালদ্বীপত থকা ভাৰতীয় উচ্চায়ুক্তৰ কার্যালয়ে কালি দেশখনক ট্রেজাৰী বিলৰ ৫০ মিলিয়ন মার্কিন ডলাৰ সাহায্য হিচাপে আগবঢ়োৱা বুলি বিবৃতিযোগে প্রকাশ…