নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

আইঅ’চিএল-ত ১,৭৭০টা শিক্ষা নবিচৰ চাকৰি

ভাৰতীয় তেল নিগম লিমিটেড ( আইঅ’চিএল )ৰ শোধানাগাৰ খণ্ডত ১,৭৭০টা পদ পূৰণৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷ আগ্ৰহী প্ৰাৰ্থীৰ বাবে তলত তালিকা আগবঢ়োৱা হ'ল-

টেষ্ট ক্রিকেট-ৰ পৰা অৱসৰ বিচাৰি বিচিচিআইলৈ পত্র কোহলিৰ

নিউজ ডেস্ক, ১১ মে’ : ভাৰতীয় ক্রিকেট দলৰ প্রাক্তন অধিনায়ক ৰোহিত শর্মাই বিগত ৭ মে’ত আকস্মিকভাৱে টেষ্ট ক্রিকেট-ৰ পৰা লোৱা অৱসৰৰ সিদ্ধান্তই সকলোকে হতবাক কৰি তোলাৰ কেইদিনমান পিছতে ৰোহিত শর্মাৰ সতীর্থ বিৰাট কোহলিয়েও টেষ্ট ক্রিকেটৰ পৰা অৱসৰ লোৱাৰ…

আদমপুৰত সুৰক্ষিত ‘সুদর্শন চক্র’ এছ-৪০০

নিউজ ডেস্ক, ১১ মে’ : পাকিস্তানৰ ড্রোন আক্রমণত ভাৰতৰ আদমপুৰস্থিত এছ-৪০০ বায়ু প্রতিৰক্ষা ব্যৱস্থা, নাগ্র’টাত ব্রাহ্ম’ছ মিছাইল ভাণ্ডাৰ ক্ষতিগ্রস্ত হোৱা বুলি দেশখনে চলোৱা প্রচাৰক নস্যাৎ কৰিছে ভাৰতে৷ পাকিস্তানে ড্রোনেৰে আক্রমণ কৰাৰ ফলত আদমপুৰৰ…

সন্ত্রাসবাদ-ক যুদ্ধ হিচাপে গণ্য কৰিব ভাৰতে

নিউজ ডেস্ক, ১১ মে’ : সন্ত্রাসবাদ-ক লৈ ইজৰাইলৰ পথে ভাৰত৷ পাকিস্তানী সন্ত্রাসবাদীক নির্মূল কৰাৰ লক্ষ্যৰে অপাৰেচন সিন্দূৰ চলোৱা ভাৰতে এতিয়াৰে পৰা দেশৰ সন্ত্রাসবাদী আক্রমণক যুদ্ধৰ কার্য অথবা যুদ্ধ ঘোষণা হিচাপে বিবেচনা কৰিব৷ এই সন্ত্রাসবাদী…

যুদ্ধবিৰতি-ৰ ৩ ঘণ্টা পাছতেই নির্বিচাৰ আক্রমণ পাক সেনাৰ

নিউজ ডেস্ক, ১১ মে’ : কেন্দ্রীয় চৰকাৰে পাকিস্তানৰ সৈতে যুদ্ধবিৰতি-ৰ সহমতত উপনীত হোৱা বুলি সন্ধিয়া ৬ বজাত আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ তিনি ঘণ্টাৰ পাছতে পুনৰ পাকিস্তানে যুদ্ধবিৰতি উলংঘন কৰে৷ সন্ত্রাসবাদক লৈ দুমুখীয়া নীতি গ্রহণ কৰি থকা পাকিস্তানে…

পাকিস্তান-ৰ বিৰুদ্ধে সেনাক পূর্ণ কর্তৃত্ব

নিউজ ডেস্ক, ১১ মে’ : পাকিস্তান-এ যুদ্ধবিৰতি উলংঘন কৰিছে৷ ভাৰতৰ সৈতে যুদ্ধবিৰতিত সহমত হোৱা পাকিস্তানে তিনি ঘণ্টাৰ পাছতে যুদ্ধবিৰতি উলংঘন কৰি দুমুখীয়া নীতি গ্রহণ কৰিছে৷ পাকিস্তানী সেনাৰ প্রতিটো পদক্ষেপক ভাৰতীয় সেনাই সূক্ষ্ম নিৰীক্ষণ কৰি থাকিব…

আজি দিনটোৰ ৰাশিফল

আজি দিনটোৰ ৰাশিফল, আজি ১১ মে’, ব’হাগ মাহৰ ২৭ তাৰিখ দেওবাৰ : তিথি– শুক্লা চতুর্দশী, নক্ষত্র : স্বাতী, যাত্রা : নাই মেষ : শুভ ৰং নীলা, সংখ্যা ৫৷ হাতলৈ টকা–পইচা আহিব যদিও খৰচ বাঢ়িব৷ প্রতিকাৰ– ঘিউৰ চাকি এগছি জ্বলাই তাত অলপ কর্পূৰ দিব আৰু শিৱৰ…

জানক আপোনাৰ ১১ মে’ৰ ৰাশিফল

জানক আপোনাৰ ১১ মে'ৰ ৰাশিফল। মেষ ৰাশি কাইলৈ ​​আপোনালোকৰ বাবে দাতব্য কামত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰাৰ দিন হ’ব। যদি পৰিয়ালৰ কোনো সদস্যক লৈ কিবা চিন্তা আছিল তেন্তে কাইলৈ ​​সেই চিন্তা নাইকিয়া হৈ যাব। যদি আপুনি পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যৰ…

অনিশ্চয়তাৰ ক্ৰিকেট : দলৰ আটাইকেইজন বেটাৰ ৰিটায়ার্ড আউট

নিউজ ডেস্ক, ১০ মে' : টি–২০ ক্রিকেটত সংঘটিত হ’ল এক অদ্ভুত ঘটনা৷ ক্ষীপ্রতাৰে খেল সমাপ্ত কৰাৰ বাবে ৰিটায়ার্ড আউট হ’ল এটা দলৰ আটাইকেইজন বেটাৰ৷ এই ঘটনাটো শুকুৰবাৰে সংঘটিত হয় বেংগকত৷ মহিলা টি–২০ বিশ্বকাপ এছিয়ান কোৱালিফায়াৰত কাটাৰৰ বিৰুদ্ধে খেলা…

সামৰিক অভিযান বন্ধ হলেও নিষেধাজ্ঞা থাকিব পাকিস্তানৰ ওপৰত

নিউজ ডেস্ক, ১০ মে' : সামৰিক অভিযান বন্ধ হলেও নিষেধাজ্ঞা থাকিব পাকিস্তানৰ ওপৰত। অপাৰেচন সিন্দূৰত ভয় খাই পাকিস্তানে আজি যুদ্ধবিৰতি ঘোষণা কৰে, যাৰ বাবে ভাৰত চৰকাৰে সন্মতি প্ৰকাশ কৰিছে। অৱশ্যে ভাৰতৰ পৰা অহা পাকিস্তানৰ অশান্তি এতিয়াও শেষ হোৱা…