দেশৰ সকলো হাস্পতালৰ ছাদত অংকন কৰিব লাগিব ৰেড ক্রছ
নিউজ ডেস্ক, ১০ মে’ : ভাৰত–পাকিস্তানৰ মাজত অশান্তি তুংগত উঠা সময়তে দেশৰ হাস্পতালসমূহৰ ছাদত ৰেড ক্রছ চিহ্ণ অংকন কৰাৰ নির্দেশ দিছে চৰকাৰে৷ জম্মু–কাশ্মীৰৰ হাস্পতালসমূহত ইতিমধ্যে এই ‘ৰেড ক্রছ’ চিহ্ণ অংকনৰ কাম আৰম্ভ কৰা হৈছে৷ এইবাৰ সমগ্র দেশজুৰি…