নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

১ ছেকেণ্ড আগবাঢ়িছে ‘ডুমছ ডে ক্লক’: ভয়াৱহ দিনৰ আগজাননী

নিয়মীয়া বাৰ্তা ডিজিটেল, ৩১ জানুৱাৰীঃ ‘ডুমছ ডে ক্লক’ৰ মহাপ্রলয়ৰ পৰা মাত্র ৯০ ছেকেণ্ড দূৰত অৱস্থান কৰিছিল পৃথিৱী৷ এইবাৰ আৰু ১ ছেকেণ্ড আগবাঢ়িল৷ অর্থাৎ মহাপ্রলয়ৰ পৰা আৰু ৮৯ ছেকেণ্ড দূৰত সভ্যতা৷ ‘বুলেটিন অৱ দ্য এট’মিক ছাইণ্টিষ্টছ’ৰ মুৰব্বী…

লিভ–ইন সম্পর্কত চুক্তিপত্র ব্যৱস্থাৰ নির্দেশ হাইক’ৰ্টৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ৩১ জানুৱাৰীঃ এতিয়াৰে পৰা ‘লিভ–ইন সম্পর্ক’ৰ ক্ষেত্রত নির্দিষ্ট চুক্তি–পত্রৰ ব্যৱস্থা কৰিব লাগিব চৰকাৰে৷ চৰকাৰী প’র্টেলতো লিভ–ইন সম্পর্ক নথিবদ্ধ কৰা হ’ব৷ কালি এটা গোচৰত এই ৰায়দান কৰিছে ৰাজস্থান উচ্চ ন্যায়ালয়ে৷…

কুম্ভমেলা : প্রেমত পৰি অঘৰীৰে বিয়া ৰুছ তৰুণীৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ৩১ জানুৱাৰীঃ উত্তৰ প্রদেশৰ প্রয়াগৰাজত আয়োজিত মহাকুম্ভত কোটি কোটি ভক্তৰ সমাগম ঘটিছে৷ এই কুম্ভমেলাক লৈ অজস্র কাহিনী পোহৰলৈ আহিছে৷ বিশ্বৰ বৃহত্তম ধর্মীয় সমাৱেশ মহাকুম্ভত পুণ্যস্নানৰ লগতে অন্য বহু অদ্ভুত ঘটনাই নজৰ…

আজি ভাৰত-ইংলেণ্ডৰ চতুর্থ টি-২০ : শৃংখলা দখলৰ লক্ষ্য টীম ইণ্ডিয়াৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ৩১ জানুৱাৰীঃ ৰাজকোটত ব্যর্থ হোৱাৰ পিছত এইবাৰ পুনেত টি–২০ শৃংখলা দখলৰ লক্ষ্য লৈছে ঘৰুৱা দল টীম ইণ্ডিয়াই৷ ইংলেণ্ডৰ বিপক্ষে খেলি থকা পাঁচখনীয়া টি–২০ মেচৰ শৃংখলাটোৰ চতুর্থখন মেচ আজি পুনেৰ মহাৰাষ্ট্র ক্রিকেট এছ’চিয়েচন…

শিলচৰ-আইজল বাইপাছত উদ্ধাৰ ৯ কোটি টকাৰ ইয়াবা টেবলেট

নিয়মীয়া বাৰ্তা, ৩১ জানুৱাৰী : কাছাৰ আৰক্ষীয়ে শিলচৰ-আইজল বাইপাছত অভিযান চলাই বৃহৎ পৰিমাণৰ মাদক য়াবা টেবলেট জব্দ কৰে। আৰক্ষীৰ অভিযানৰ সময়ত এখন অটোৰিক্সা জব্দ কৰি পুংখানুপুংখ তালাচী চলোৱা হয়, আৰু চুবুৰীয়া ৰাজ্য মিজোৰামৰ পৰা অহা অটোৰিক্সাত…

মহাকুম্ভ মেলাত অঘটন

বিশ্বজুৰি ব্যাপক চর্চিত উত্তৰ প্রদেশৰ প্রয়াগৰাজত চলি থকা মহাকুম্ভ মেলা৷ সনাতনী ধর্মৰ আস্থা–বিশ্বাসৰ প্রতিফলন প্রয়াগৰাজৰ মহাকুম্ভ মেলাত প্রতিফলন হৈছে৷ দেশৰ লগতে বিশ্বৰ বিভিন্ন দেশৰ সনাতন ধর্মৰ বিশ্বাসী ভক্তই এই কুম্ভ মেলাত প্রয়াগৰাজৰ…

আজিৰ দিনটোৰ ৰাশিফল

আজি ৩১ জানুৱাৰী, মাঘ মাহৰ ১৭ তাৰিখ শুকুৰবাৰ : তিথি–শুক্লা দ্বিতীয়া, নক্ষত্র : ধনিষ্ঠা, যাত্রা : নাই মেষ : কর্মস্থানত মধ্যম৷ দূৰ ভ্রমণৰ যোগ৷ বিদ্যা–বুদ্ধিত শুভ৷ সন্তানক লৈ চিন্তা বাঢ়িব৷ শৰীৰত বিষ হ’ব পাৰে৷ শুভ ৰং মুগা, শুভ সংখ্যা ২৷ বৃষ :…

তাহানিৰ অনুষ্টুপীয়া আয়োজনৰ পৰা আজিৰ ভব্য আয়োজনলৈ কুম্ভমেলা

যোগেশ কলিতাৰ প্ৰতিবেদন, ৩০ জানুৱাৰীঃ ধৰ্মীয় দিশৰ পৰা দৃষ্টি নিক্ষেপ কৰিলে পৃথিৱীৰ সৰ্বোত্তম-সৰ্বেশ্ৰেষ্ঠ অনুষ্ঠান কুম্ভমেলা। প্ৰতি ছবছৰৰ মূৰে মূৰে অৰ্ধকুম্ভ, ১২ বছৰৰ মূৰে মূৰে কুম্ভমেলা বা পূৰ্ণকুম্ভ আৰু ১২ বাৰ কুম্ভমেলাৰ অন্তত…

ঢকুৱাখনাত আৰম্ভ কেন্দ্ৰীয় মে-ডাম-মে-ফী উৎসৱ

🔹 ছাত্ৰ-ছাত্ৰীৰ মাজত পৰম্পৰাগত খেল-ধেমালি, বিয়ানাম প্ৰতিযোগিতা নিয়মীয়া বাৰ্তা, ৩০ জানুৱাৰী : ইতিহাসৰ পাতনিত সোণালী স্বাক্ষৰ বহন কৰি অহা আহোম স্বৰ্গদেউসকলৰ ৰাজত্ব কালৰে পৰা স্বদেশ, স্ব-জাতিৰ কল্যাণার্থে তাই আহোমসকলে অতি শ্ৰদ্ধাৰে পালন কৰি…

ফৰেনছিক ছায়েঞ্চ সঞ্চালকালয়ত পদ মুকলি

🔹 আবেদনৰ অন্তিম তাৰিখ ১৬ ফেব্রুৱাৰী অসম লোকসেৱা আয়োগে ফৰেনছিক ছায়েঞ্চ সঞ্চালকালয়ত খালী হোৱা ৬টা পদৰ বাবে আবেদন আহ্বান কৰিছে৷