নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

নাহেন্দ্ৰ পাদুনলৈ অসম কবি সমাজৰ কবি কেশৱ মহন্ত বঁটা

নিয়মীয়া বাৰ্তা ডিজিটেল, ৩০ জানুৱাৰীঃ অসম কবি সমাজে ২০২৪ চনৰ বিভিন্ন কাব্য-বঁটাৰ বাবে নিৰ্বাচিত কবিৰ নাম ঘোষণা কৰিছে। এইবাৰ কবি কেশৱ মহন্ত বঁটা আগবঢ়োৱা হৈছে পঞ্চাশৰ দশকৰ কবি সাহিত্যাচাৰ্য নাহেন্দ্ৰ পাদুনলৈ। কেশৱ মহন্ত ন্যাসৰ সৌজন্যত…

সুকন্যা : ক’লা চাউলৰ খাদ্য প্রস্তুতেৰে স্বাৱলম্বী কেয়া দাস চৌধুৰী

উৎপল কুমাৰ কলিতা অসমৰ কৃষি অর্থনীতিৰ এক নতুন সংযোজন ক’লা চাউলৰ খাদ্য প্রস্তুতিক এক নতুন মাত্রা প্রদান কৰি উদ্যোগৰ ৰূপ দিবলৈ সক্ষম হৈছে এগৰাকী অসমৰ বোৱাৰীয়ে৷ তেওঁ ক’লা চাউলৰ পৰা বিভিন্ন সামগ্রী প্রস্তুত কৰি ইতিমধ্যে সেইবোৰ…

সুকন্যা : আইতা হোটেলেৰে স্বাৱলম্বী তিনিচুকীয়াৰ অমি গগৈ

অলকানন্দা শ্রীকুমাৰী কাকতি জীৱন পৰিণামৰ চক্র বিঘূর্ণিত৷ কৌশোৰ, শৈশৱ, যৌৱন, বার্ধক্য এই তাৰ পৰিণাম৷ জীৱনৰ হৃদয়ত আছে বৈচিত্র্যময় ৰূপ৷ নৱ নৱ সম্ভাৱনাৰ শতদল এই সম্ভাৱনা নথকা হ’লে মানুহ হ’লহেঁতেন জড় পদার্থ৷ মানুহৰ জীৱন হ’লহেঁতেন গতানুগতিক,…

পৰিৱেশ, বন আৰু জলবায়ু পৰিৱর্তন মন্ত্রালয়ত চাকৰি

🔹 আবেদনৰ অন্তিম তাৰিখ ৩১ জানুৱাৰী ভাৰত চৰকাৰৰ পৰিৱেশ আৰু বন জলবায়ু পৰিৱর্তন মন্ত্রণালয়ত চুক্তি ভিত্তিত ২২টা সহযোগী (আইনী) পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্রকাশ কৰা হৈছে৷

ঢেকীয়াজুলিত ষষ্ঠ অসম মাষ্টাৰ্ছ গেমছ আৰম্ভ

🔹 খেলপথাৰতে নাচি-বাগি আনন্দত আত্মহাৰা দুৰন্ত তৰুণ ককা-আইতা বিশেষ বাৰ্তা, ৩০ জানুৱাৰী : ঢেকীয়াজুলিত অনুষ্ঠিত ৬ষ্ঠ অসম মাষ্টাৰ্ছ গেমছত ৭০/৭৫ বছৰীয়া ককা-আইতাই অংশগ্ৰহণ কৰি জীৱনৰ ছন্দ ঘূৰাই পাইছে৷ খেলপথাৰতে দুৰন্ত তৰুণ ককা-আইতাই নাচি-বাগি…

মেয়ৰত বিজেপিৰ বৃহৎ জয় : মুখথেকেচা আপ, কংগ্ৰেছৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ৩০ জানুৱাৰীঃ চণ্ডীগড় পৌৰ নিগমৰ মেয়ৰ নিৰ্বাচনত বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হৈছে আম আদমী পাৰ্টী আৰু কংগ্ৰেছ। মেয়ৰ নিৰ্বাচনত বিজেপিৰ হৰপ্ৰীত কৌৰ বাবলাৰ জয়। নিৰ্বাচনত ক্ৰছ ভোটদান কৰিছে আম আদমী পাৰ্টী আৰু…

ব’ৰ্ডাৰ ৰোডছ অর্গেনাইজেচনত ৪১১টা পদৰ বিজ্ঞাপন

🔹 আবেদনৰ অন্তিম তাৰিখ ১১ মার্চ ব’ৰ্ডাৰ ৰোডছ অর্গেনাইজেচনত খালী হোৱা ৪১১টা মাল্টি স্কিলড ৱর্কাৰ (এমএছডব্লিউ) পদ পূৰণৰ বাবে অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

নগৰবেৰাত মাটিক লৈ খুড়াক-ভতিজাক পক্ষৰ মাৰপিট, আহত সাত

নিয়মীয়া বাৰ্তা, ৩০ জানুৱাৰীঃ নগৰবেৰাৰ নতুন বদলাত ভয়ানক মাৰপিট কাণ্ড। খুড়াক-ভতিজা পক্ষৰ মাজত ভূমিকেন্দ্ৰিক এই মাৰপিট। দুই ফৈদৰ ৭জনকৈ লোক আঘাতপ্ৰাপ্ত হৈছে। তিনিজনক উন্নত চিকিৎসাৰ বাবে জিএমচিএইচলৈ প্ৰেৰণ কৰা হয়। গাঁওখনৰ নুৰুল ইছলাম (ভতিজা) আৰু…

অন্তৰীক্ষলৈ শ্রীহৰিকোটাৰ পৰা শততম ৰকেট উৎক্ষেপণ ইছৰোৰ

🔹 ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ ইতিহাস নিউজ ডেস্ক, ৩০ জানুৱাৰী : মহাকাশ খণ্ডত আন এক মাইলৰ খুঁটি ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ৷ শ্রীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্রৰ পৰা কালি পুৱা ৬.২৩ বজাত মহাকাশলৈ নেভিগেচন কৃত্রিম উপগ্রহ এনভিএছ–০২…

স্বাধীন ভাৰতৰ প্রথম কুম্ভমেলাত পদপিষ্ট হৈ মৃত্যু হৈছিল ৮০০ ভক্তৰ

🔹 ১৯৫৪ চনৰ ৩ ফেব্রুৱাৰী নিউজ ডেস্ক, ৩০ জানুৱাৰী : কুম্ভমেলাত পদপিষ্ট ঘটনাৰ এক ইতিহাস আছে৷ মহাকুম্ভমেলা ২০২৫ৰ মৌনী অমাৱস্যা উপলক্ষে অমৃত স্নানৰ বাবে ভিৰ কৰা ভক্তৰ মাজত পদপিষ্টৰ ঘটনা সংঘটিত হোৱাত অতিকমেও ৪০জন লোকৰ প্রাণহানি হোৱাৰ লগতে…