বামুণীমৈদামত NEHHDCৰ অলংকাৰ প্রদর্শনী কেন্দ্র মুকলি ৰিণিকি ভূঞা শর্মাৰ
📌 পৰম্পৰাগত গহনাক বিশ্বমুখী কৰাৰ পদক্ষেপ গ্রহণত গুৰুত্ব প্রাইড ইষ্টৰ চিএমডিৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ৩০ জানুৱাৰীঃ গুৱাহাটীৰ বামুণীমৈদামস্থিত উত্তৰ–পূব হস্তশিল্প আৰু হস্ততাঁত উন্নয়ন নিগম (এনএইচএইচডিচি)ৰ থলুৱা গহনা লাইভলিহুড জুৱেলাৰী…