নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

মন্দিয়াৰ খণ্ড আঁচনি প্ৰবন্ধক মনীষ বৰকাকতিৰ বিৰুদ্ধে অনিয়মৰ অভিযোগ

নিয়মীয়া বাৰ্তা, ৩০ জানুৱাৰী : অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান মন্দিয়াৰ খণ্ড আঁচনি প্ৰবন্ধকৰ কাম-কাজত সম্প্ৰতি তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে আত্মসহায়ক গোটৰ মহিলাসকলে। উল্লেখযোগ্য যে ৰাজ্যিক জীৱিকা অভিযান মন্দিয়াৰ অধীনৰ মণ্ডল পৰ্যায়ৰ…

গ্ৰামাঞ্চলত অনুমতিবিহীন বিল্ডিং : কঠোৰ ধুবুৰী-গৌৰীপুৰ উন্নয়ন প্ৰাধিকৰণ

নিয়মীয়া বাৰ্তা, ৩০ জানুৱাৰী : অনুমতিবিহীন ভাবে তথা অবৈধ ভাবে ধুবুৰীৰ গ্ৰাম্যাঞ্চলত নিৰ্মিত হোৱা বিল্ডিংৰ প্ৰতি কঠোৰ স্থিতি লোৱা দেখা গৈছে ধুবুৰী-গৌৰীপুৰ উন্নয়ন প্ৰাধিকৰণে। তাকেই প্ৰতিস্ফূটিত কৰি ধুুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী ঝগৰাৰপাৰ লিংক…

যুদ্ধভূমিৰ চিৎকাৰ

যুদ্ধবিৰতি চলি আছে ইজৰাইল আৰু পেলেষ্টাইনী সশস্ত্র সংগঠন হামাছৰ মাজত৷ ইয়াৰ মাজতে গাজাত যুদ্ধবিৰতি পালন কৰিছে যদিও পেলেষ্টাইনৰ অন্য এক অঞ্চল ৱেষ্ট বেংকত অভিযান অব্যাহত ৰাখিছে ইজৰাইলে৷ ইজৰাইলৰ এনে কার্যত আন্তর্জাতিক সম্প্রদায়ে যুদ্ধবিৰতি উলংঘা…

আজিৰ দিনটোৰ ৰাশিফল

আজি ৩০ জানুৱাৰী, মাঘ মাহৰ ১৬ তাৰিখ বৃহস্পতিবাৰ : তিথি–শুক্লা প্রতিপদ, নক্ষত্র : শ্রৱনা, যাত্রা : নাই মেষ : শুভ ৰং নীলা, সংখ্যা ৫৷ হাতলৈ টকা–পইচা আহিব যদিও খৰচ বাঢ়িব৷ প্রতিকাৰ– ঘিউৰ চাকি এগছি জ্বলাই তাত অলপ কর্পূৰ দিব আৰু শিৱক ধ্যান কৰিব৷…

ঢকুৱাখনাত এহেজাৰ মাটিৰ চাকিৰ পোহৰত ব্যতিক্ৰমী অনুষ্ঠান

নিয়মীয়া বাৰ্তা, ২৯ জানুৱাৰী : শীতৰএটি সন্ধিয়া। হিমসনা শীতৰ মাজতো এহেজাৰ মাটিৰ চাকিৰ পোহৰত কবিতা -নৃত্য সংস্কৃতিৰ অপূৰ্ব সংমিশ্ৰণত প্ৰাণ পাই উঠিল শীতৰ সন্ধিয়া। ঢকুৱাখনাৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান কাইজেন একাডেমীৰ উদ্যোগত আৰু…

নুমলীগড়ত একেখন চিতাতে শেষ শয়নত পতি-পত্নী, কাষতেই ভাতৃৰো চিতা

নিয়মীয়া বাৰ্তা, ২৯ জানুৱাৰীঃ একেখন চিতাতে স্বামী স্ত্ৰীৰ মৃতদেহ অন্তিম শয়নত উঠাৰ লগতে কাষৰ আন এখন চিতাত নিজ ভাতৃৰ মৃতদেহ সৎকাৰৰ এক হৃদয়বিদাৰক ঘটনাই শোকান্বিত কৰিছে বৃহৎ অঞ্চলৰ জনতাক। যোৱা শনিবাৰে অৰুণাচল প্ৰদেশৰ মায়ডিয়ালৈ ফুৰিবলৈ গৈ ঘৰলৈ…

মহাকুম্ভমেলা : প্ৰয়াগৰাজলৈ গুৱাহাটীৰ পৰা বিমান সেৱা স্পাইচজেটৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৯ জানুৱাৰীঃ স্পাইচজেটে গুৱাহাটী, চেন্নাই আৰু হায়দৰাবাদৰ পৰা নতুন পোনপটীয়া বিমান সেৱা আৰম্ভ কৰি মহাকুম্ভমেলাৰ বাবে প্ৰয়াগৰাজলৈ বিশেষ বিমান সংযোজন কৰাৰ কথা ঘোষণা কৰিছে। ইয়াৰ উপৰি এই গুৰুত্বপূৰ্ণ চহৰসমূহৰ পৰা অধিক…

ধুবুৰীত বৰদলৈ ট্ৰফী-২০২৫ৰ শুভাৰম্ভ

নিয়মীয়া বাৰ্তা, ২৯ জানুৱাৰীঃ প্ৰথমবাৰৰ বাবে আজিৰ পৰা ধুবুৰীত আৰম্ভ হৈছে ৭০সংখ্যক ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী-২০২৫ৰ লীগ পৰ্যায়ৰ খেল। অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগ আৰু গুৱাহাটী ক্ৰীড়া সন্থাৰ উদ্যোগত তথা ধুবুৰীৰ জিলা…

ম’বাইলৰ Ear Phone-ই কাল হ’ল জোনাইৰ ৰনীলৰ

নিয়মীয়া বাৰ্তা, ২৯ জানুৱাৰী : জোনাইৰ তেলেমত আজি পুৱাই সংঘটিত হ'ল এক শোকাৱহ দুৰ্ঘটনা। মোবাইলৰ Ear Phone-এ প্ৰাণ ল'লে এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰৰ। জানিব পৰা মতে জোনাইৰ মুৰ্কংচেলেক ৰেলৱে ষ্টেচনৰ পৰা পুৱাই নামনিমুৱা তীব্ৰ বেগত অহা ৰেলৰ খুন্দাত…