নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

মহাবিদ্যালয় সপ্তাহ উপলক্ষে ঢকুৱাখনা কলেজৰ বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা

নিয়মীয়া বাৰ্তা, ২৯ জানুৱাৰী : জনগোষ্ঠীয় নৃত্য-গীত,অসমৰ চহকী কলা-সংস্কৃতিৰ বৰ্ণময় সমাহাৰেৰে আজি মুখৰ হৈ পৰিল ঢকুৱাখনাৰ ৰাজপথ। উত্তৰ অসমৰ ঐতিহাসিক শিক্ষানুষ্ঠান ঢকুৱাখনা মহাবিদ্যালয় (স্বায়ত্বশাসিত)ৰ শিক্ষাৰ্থীসকলে ৫৮ সংখ্যক মহাবিদ্যালয়…

নগৰবেৰাৰ শগুণবাহীত কালী পূজা উদযাপন, লোকাৰণ্য পূজাথলী

নিয়মীয়া বাৰ্তা, ২৯ জানুৱাৰীঃ ১২৪সংখ্যক শ্ৰীশ্ৰী কালী মাৰ বাৰ্ষিক পূজাভাগক লৈ নগৰবেৰাৰ মেধিপাৰাত আজি পুৱাৰে পৰা ভক্তপ্ৰাণ ৰাইজৰ যঠেষ্টসংখ্যক ভিৰ পৰিলক্ষিত হয়। মেধিপাৰা-শগুণবাহী গাঁৱৰ ৰাইজে প্ৰতিবছৰে উদযাপন কৰে এই পূজাৰ। পুৱাৰে পৰা পূজাথলীলৈও…

সুকন্যা : নৈসর্গিক সৌন্দর্যৰ আকৰ অপৰূপা মানাহ

ড০ সঞ্জীৱ বৰুৱা অসমৰ ভূটান-হিমালয়ৰ পাদদেশত অৱস্থিত বিশ্বৰ এখন অন্যতম প্ৰাকৃতিক শোভাৰে প্ৰয়োভৰ লগতে বন্যপ্ৰাণীৰ বাবে এখন আদৰ্শআৱাসভূমিমানাহ। উত্তৰ-পূব ভৌগোলিক খণ্ডৰ অন্তৰ্গত মানাহ জীৱবৈচিত্ৰ্যৰ হটস্পট হোৱাৰ লগতে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপেও…

ৰাজ্যৰ নিম্ন আদালতত সাংসদ-বিধায়কৰ বিৰুদ্ধে বিচাৰাধীন ৭৩টা গোচৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৯ জানুৱাৰীঃ ৰাজ্যৰ নিম্ন আদালতসমূহত সাংসদ–বিধায়কৰ বিৰুদ্ধে বিচাৰাধীন হৈ আছে ৭৩টা গোচৰ৷ এই তথ্য উন্মোচিত হৈছে জনপ্রতিনিধিৰ বিৰুদ্ধে ৰুজু হৈ থকা গোচৰসমূহৰ বিচাৰ প্রক্রিয়া নিৰীক্ষণৰ বাবে গঠন কৰা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ…

বাংলাদেশী অনুপ্রৱেশকাৰীক বিচাৰি উলিয়াই শাস্তি দিয়া অনুচিত

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৯ জানুৱাৰীঃ দিল্লী বিধানসভা নির্বাচনৰ পূর্বে পুনৰ কংগ্রেছক অস্বস্তিত পেলালে দলটোৰ বর্ষীয়ান নেতা ছাম পিট্র’ডাই৷ বাংলাদেশী অনুপ্রৱেশকাৰীসকল লৈ পিট্র’ডাই কৰা মন্তব্যক কেন্দ্র কৰি সৃষ্টি হৈছে তীব্র বিতর্কৰ৷ কংগ্রেছৰ…

বিজেপিৰ উপার্জন বৃদ্ধি ৮৭ শতাংশ, পূর্বতকৈ অৱস্থা ভাল কংগ্রেছৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৯ জানুৱাৰীঃ বিগত লোকসভা নির্বাচনৰ বর্ষটোত প্রত্যাশিতভাৱে আয় বৃদ্ধি পাইছে কংগ্রেছ আৰু বিজেপিৰ৷ অৱশ্যে ২০২৩–২৪ বর্ষটোত আয় বৃদ্ধি হিচাপত কংগ্রেছে বিজেপিৰ পাছতে স্থান লাভ কৰিছে যদিও মুঠ আয়ৰ নিৰিখত বিজেপি কংগ্রেছতকৈ বহু…

ছে*ক্স পার্টীত বিশ্বৰ ধনকুবেৰৰ উদ্দাম যৌন*তা, হতচকিত বিশ্ব

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৯ জানুৱাৰীঃ ৱর্ল্ড ইক’নমিক ফ’ৰামৰ মঞ্চত যৌনতাৰ পয়োভৰ কোটি কোটি টকাৰ বিনিময়ত শেষ পার্টীত বহিছিল বিশ্বৰ উদ্যোগ জগতৰ ধনকুবেৰসকল৷ আন্তর্জাতিক সংবাদ সংস্থা ডেইলী মেইলৰ এক প্রতিবেদনত পোহৰলৈ আহিছে এই চাঞ্চল্যকৰ তথ্য৷…

মণিপুৰত উগ্রপন্থীৰ বিশাল অস্ত্রভাণ্ডাৰ জব্দ, সেনা-আৰক্ষীৰ তালাচী

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৯ জানুৱাৰীঃ বিগত কিছুদিন ধৰি মণিপুৰৰ বিভিন্ন জিলাত তালাচী অভিযান চলাই আছে সেনা, আছাম ৰাইফলছ আৰু মণিপুৰ আৰক্ষীৰ যৌথ বাহিনীয়ে৷ পাহাৰ আৰু উপত্যকাৰ ৮খনতকৈ অধিক জিলাত তালাচী অভিযান চলোৱাৰ সময়তে বিপুল পৰিমাণৰ অস্ত্র আৰু…

সুকন্যা : ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তৰে সাক্ষাৎকাৰ

সাক্ষাৎগ্রহণঃ কুমুদ তালুকদাৰ ফোনঃ ৮৬৩৮৪–১৪৯৫৪ ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় পর্যায়ৰ ফেশ্বন আৰু গ্লেমাৰ জগতৰ এটি পৰিচিত নাম অসম কন্যা সংযুক্তা দত্ত৷ এই জগতখনত তেওঁ গৌৰৱেৰে আৰু সফলতাৰে অতিক্রম কৰিলে ১২টা বছৰ৷ শৈশৱৰ পৰা ফেশ্বন ডিজাইনিঙৰ প্রতি…