নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

চন ১৯৫৪… প্ৰকৃততে কি হৈছিল প্ৰয়াগৰাজ কুম্ভমেলাত, জানক…

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৯ জানুৱাৰীঃ প্ৰয়াগৰাজত আজি (২৯ জানুৱাৰী) মৌনি অমৱস্যাৰ দিনা দ্বিতীয়টো ৰাজস্নান অনুষ্ঠিত হৈছে। এই ৰাজস্নানৰ ঠিক আগতেই ৰাতি প্ৰায় এক বজাত সংগমত হুলস্থুলৰ সৃষ্টি হ’ল। ইয়াৰ ফলত এক ডজন লোক নিহত হোৱাৰ লগতে বহু আহত…

সম্পাদকীয় : ডিজিটেল জগতত অসমীয়া ভাষা

অসমীয়া ভাষাই ধ্রুপদী ভাষাৰ স্বীকৃতি পোৱাৰ লগে লগেই ভাষাটিৰ বিকাশৰ বাবে আৰম্ভ হোৱা বিভিন্ন চিন্তা–চর্চা অতি উৎসাহজনক৷ এনে ধৰণৰ বিভিন্ন অনুশীলনে ভাষাটিৰ বিকাশত সহায় কৰাটো স্বাভাৱিক কথা৷ কিন্তু এটা কথা মনত ৰাখিব লাগিব যে ভাষা এটিৰ বিকাশৰ বাবে…

অষ্টম গুৱাহাটী অ’পেন জুনিয়ৰ টেনিছ চেম্পিয়নশ্বিপ আৰম্ভ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৯ জানুৱাৰীঃ গুৱাহাটী টেনিছ এছ’চিয়েচনৰ উদ্যোগত নেহৰু ষ্টেডিয়ামৰ আৰ জি বৰুৱা কমপ্লেক্সত আৰম্ভ হৈছে অষ্টম গুৱাহাটী অ’পেন জুনিয়ৰ টেনিছ চেম্পিয়নশ্বিপ৷ ৰাজ্যখনৰ বিভিন্ন প্রান্তৰ ২২০গৰাকী প্রতিযোগীয়ে অংশগ্রহণ কৰা…

পৰ্যটন প্ৰকল্প স্থাপনৰ বিৰোধিতাৰে চিনামৰা বাগিচাত উত্তাল প্ৰতিবাদ

নিয়মীয়া বাৰ্তা, ২৯ জানুৱাৰীঃ অসম চৰকাৰৰ পৰ্যটন বিভাগৰ দ্বাৰা ঐতিহাসিক চিনামৰা চাহ বাগিছাত চাহ পৰ্যটন প্ৰকল্প স্থাপন কৰাৰ বিৰোধীতাৰে আটছাই কৰা প্ৰতিবাদী কাৰ্যসূচীত উত্তাল হৈ পৰে চিনামৰা বাগিছে। চাহ জনজাতি ছাত্ৰ সন্থাৰ বেনাৰ তলত একত্ৰিত হোৱা…

ঢকুৱাখনাত চুলাইৰ বিৰুদ্ধে আৰক্ষী-আবকাৰীৰ অভিযান

নিয়মীয়া বাৰ্তা, ২৯ জানুৱাৰী : সমাজক বিশৃংখল কৰা তথা যুৱ চামক বিপথে কঢ়িয়াই নিয়া নিচাজাতীয় দ্ৰব্যৰ লগতে চুলাই মদৰ বিৰুদ্ধে অভিযান চলাই বিভিন্ন সময়ত আবকাৰী বিভাগ তথা আৰক্ষীয়ে এইসমূহ সামগ্ৰী জব্দ কৰি আহিছে যদিও এতিয়াও অবাধে চলি আছে চুলাই মদৰ…

আজিৰ দিনটোৰ ৰাশিফল

আজি ২৯ জানুৱাৰী, মাঘ মাহৰ ১৫ তাৰিখ বুধবাৰ : তিথি–অমাৱশ্যা, নক্ষত্রঃ উত্তৰষাঢ়া, যাত্রাঃ নাই মেষঃ সকলো দিশতেই উদাৰতা আৰু সংযম ৰক্ষা পৰিব, হনুমানক পূজা কৰক৷ পানীৰ পৰা সাৱধান৷ ভ্রমণত শুভ, শুভ ৰং কমলা৷ শুভ সংখ্যা ৫৷ বৃষঃ আর্থিক লাভ বৃদ্ধি৷…

গুৱাহাটীৰ হোটেলত কাম কৰিবলৈ গৈ সন্ধানহীন ক্ষীৰেশ্বৰ গগৈ

নিয়মীয়া বাৰ্তা, ২৯ জানুৱাৰী : গুৱাহাটীৰ হোটেলত কাম কৰিবলৈ গৈ সন্ধানহীন তিতাবৰ নগাবাটৰ ক্ষীৰেশ্বৰ গগৈ। ৮ দিন ধৰি পৰিয়ালৰ সৈতে কোনো যোগাযোগ নাই ক্ষীৰেশ্বৰ গগৈৰ। সেয়ে পৰিয়ালত বৰ্তমান হাহাকাৰ লাগিছে। কোনখন হোটেলত ক্ষীৰেশ্বৰে কাম কৰিছিল…

ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ দ্বিতীয় দীক্ষান্ত সমাৱৰ্তন

🔹 অধ্যাপক উপেন ৰাভা হাকাচামলৈ জীৱনজোৰা সাহিত্য সাধনা বঁটা নিয়মীয়া বাৰ্তা, ২৮ জানুৱাৰী : "ছাত্ৰ-ছাত্ৰীসকলে আজি তোমালোকৰ সফলতা নিজৰ ককা-আইতা, পিতৃ-মাতৃক অৰ্পণ কৰিবা । কাৰণ তেওঁলোকে তোমালোকক প্ৰথম শিক্ষাৰ বাবে বিদ্যালয়লৈ প্ৰেৰণ কৰিছিল । আজি…

১১৭খন পতাকা উত্তোলনেৰে আৰম্ভ গোৱৰাদল-ষাঠিকুছি সভা মহোৎসৱ

নিয়মীয়া বাৰ্তা, ২৮ জানুৱাৰী : বৃহত্তৰ গোৱৰাদল-ষাঠিকুছি আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ বিশিষ্ট ব্যক্তি, সভা মহোৎসৱ উদযাপন সমিতিৰ সভাপতি মনোহৰি বৰ্মনৰ লগতে সভাকৰ্মী, উপদেষ্টা আৰু শুভাকাংক্ষীসহ মুঠ ১১৭গৰাকী ব্যক্তিৰ দ্বাৰা ১১৭খন পতাকা উত্তোলনেৰে…

দললৈ প্রত্যাৱর্তন অসম-সন্তান ৰিয়ান পৰাগৰ

🔹 ৰাজ্যৰ ক্রিকেটপ্রেমীৰ বাবে সুখবৰ নিউজ ডেস্ক, ২৮ জানুৱাৰী : ৰাজ্যৰ ক্রিকেটপ্রেমীৰ বাবে সুখবৰ৷ কেইমাহমানৰ বিৰতিৰ পিছত আঘাতমুক্ত হৈ পুনৰ খেলপথাৰলৈ উভতিছে ৰিয়ান পৰাগ৷ ৰঞ্জি ট্ৰফীৰ জৰিয়তে ৰিয়ান খেলপথাৰলৈ প্রত্যাৱর্তনৰ বাবে সাজু হৈছে৷ ৩০…