নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নেতাজীৰ কন্যাক এসাঁজ খুৱালে ভাৰতে

নেতাজীৰ জন্মদিনত তেখেতৰ কন্যাক এসাঁজ খুওৱাৰ ব্যৱস্থা কৰা হ’ল সুদূৰ জাৰ্মানীত। স্বাধীনতা যুঁজাৰুগৰাকীৰ ১২৫ সংখ্যক জন্ম দিৱসত বাৰ্লিনত থকা তেওঁৰ কন্যা ডঃ অনিতা বসু ফাফক ভাৰতীয় দূতাৱাসত দিয়া হ’ল নিমন্ত্ৰণ।

জাৰ্মানীস্থিত ভাৰতীয় ৰাষ্ট্ৰদূত হৰিষ পৰ্বতানেনীয়ে এই নৈশ ভোজৰ আয়োজন কৰিছিল। উল্লেখনীয় যে, ‘জয়হিন্দ’ অতিথি বহীত স্বাক্ষৰ কৰিলে অনিতা বসু ফাফেও।

You might also like