নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পেচাবৰ নলীত হোৱা সংক্রমণ

যেতিয়া জাণু পেচাবৰ নলীত প্রৱেশ কৰে তেতিয়া সংক্রমণ হয়৷ বেক্টেৰীয়া অতি বেছি সংক্রমণৰ কাৰণ৷E-cloi বেক্টেৰীয়া যেতিয়াBowelত বাস কৰে পেচাবৰ নলীত বেছি সংক্রমণ হয়৷ পেচাবৰ সংক্রমণ হোৱা অংশবিলাক হৈছে–Kidneys, Bladder, Ureters or Urethra. মহিলাৰ পেচাবৰ সংক্রমণ বেছি হয়৷

লক্ষণঃ

  • অতি বেছি পেচাব হৈ থাকে৷
  • পেচাবটো জলা–পোৰা কৰে৷
  • ঘনে ঘনে হয়, কম পৰিমাণৰ পেচাব হয়৷
  • পেচাব দেখাত ধোঁৱা ৰণীয়া হয়৷
  • পেচাব ৰঙা উজ্জ্বল, গুলপীয়া বা cola ৰঙৰ হয় আৰু পেচাবত তেজ যায়৷
  • পেচাবৰ বেছি গোন্ধ ওলায়৷
  • মহিলাৰ Pelvicত বিষ হয় আৰুPelvic আৰুPubicbone ৰ মাজৰ চাৰিওফালে বিষ হয়৷
  • বমি মি ভাব হয়, মি হয় আৰু জ্বৰ হয়৷

কাৰণঃ

  • Bladderত সংক্রমণ হয়৷
  • Sexual Intercourseৰ সময়ত সংক্রমণ হয়৷
  • কিডনীত অতি বেছি সংক্রমণ হয়৷
  • Urethraত সংক্রমণ হয়৷

Risk factorঃ

  • Female anatomy পুৰুষতকৈ মহিলাৰUrethraটো চুটি৷
  • Sexual activity নতুনSexual partnerৰ ফলত সংক্রমণ বেছি হয়৷
  • Certain types of birth control (নির্দিষ্ট প্রকাৰৰ জন্ম নিয়ন্ত্রণ পদ্ধতি ৱহাৰ কৰাৰ ফলত) মহিলাইDiaphragmas ৱহাৰ কৰাৰ ফলত অতি বেছি সংক্রমণ হয়৷
  • Menopause মেনোপ’জ হোৱাৰ পিছত হৰম’ন সলনি হোৱাৰ কাৰণে পেচাবৰ নলীত সংক্রমণ হয়৷

কেনেকৈ প্রতিৰোধ কৰ্বি পাৰিঃ

  • অতি বেছি পানী খাব লাগে৷
  • Cranberry juice খাব লাগে৷
  • Wipeৰে পেচাবৰ নলীত সন্মুখৰ পৰা পিছফালে মচ্বি লাগে৷
  •  Intercourse কৰাৰ পাছতBladder সোনকালে খালী কৰিব লাগে৷
  • মহিলাই ৱহাৰ কৰা সামগ্রী যেনে– স্প্রে, বি’ডেন ৱহাৰ কৰ্বি নালাগে৷
  • জন্ম নিয়ন্ত্রণ পদ্ধতি সলনি কৰ্বি লাগে৷ যেনেDiaphragms বা আনUnlubaricatd or Condoms সকলোৱে বেক্টেৰীয়া সৃষ্টি কৰ্বি পাৰে৷

জটিলতাঃ

  • ডপযুক্ত চিকিৎসা ল’লে সংক্রমণ নহয়৷ কিন্তু চিকিৎসা নকৰিলে ৰিজাল্ট বেয়া হ’৷
  • বাৰে াৰে সংক্রমণ হোৱা মহিলাৰ ছমাহত দুবাৰ া ছৰেকত চাৰ্বিাৰ সংক্রমণ হোৱাৰ অভিজ্ঞতা থাকে৷
  • স্থায়ীভাৱে কিডনী বেয়া হোৱা হঠাতে হুদিনীয়া কিডনী সংক্রমণ চিকিৎসা নকৰাৰ ফলত হয়৷
  •  গর্ভৱতী মহিলাৰ াবে অতি ডাঙৰ কথা৷ কম ওজনৰ ব্বীে ডেলিভাৰী হয় া আগতীয়াকৈ কেঁচুৱা জন্ম হ’ পাৰে৷
  • পুৰুষৰ পেচাব ওলোৱা পাইপডাল সৰু হৈ থাকিলেGonoccal বেক্টেৰীয়া দেখা পোৱা যায়৷
  • ঘা হৈ সংক্রমণ হৈ জীৱনলৈ জটিলতা আন্বি পাৰে৷

চিকিৎসাঃ

  • মেডিকেল ডাক্তৰৰ ওচৰত চিকিৎসা কৰিব লাগে৷
  • নিজেই চিনাক্ত কৰিব লাগে৷
  • লেবৰেটৰী পৰীক্ষা কৰ্বি লাগে৷ এক্স–ৰে’ কৰিব লাগে৷
  •  কেইদিনমান বা এসপ্তাহমানৰ পিছত ভাল হয়৷
    পেচাবৰ নলীত সংক্রমণ হ’ব পৰা আন কিছু ডপাদান ঃ
  • পেচাবৰ নলীৰ অক্ষমতা৷
  • পেচাবৰ নলী বন্ধ থাকিব পাৰে৷
  • প্রতিৰোধ পদ্ধতি বন্ধ থাকে৷
  • কেথাতাৰ ৱহাৰ কৰা বাবে সংক্রমণ হ’ পাৰে৷
  • পেচাবৰ নলীত ছার্জাৰী কৰা বা মেডিকেল সঁজুলি ৱহাৰ কৰা বাবে সংক্রমণ হ’ব পাৰে৷
You might also like