জলসম্পদ বিভাগৰ চাকৰিৰ নামত দালালি কৰা ৭ জনক আটক
- জলসম্পদ বিভাগৰ চাকৰিৰ নামত দালালি কৰা ৭ জনক আটক
- ACP হিমাংশু দাসৰ নেতৃত্বত চলিছিল এই অভিযান।
- দিশপুৰ আৰক্ষীয়ে গুৱাহাটীৰ বৰবাৰীৰ জি ডি ল’জৰ পৰা আটক কৰে দালালকেইটাক
- আটক হোৱা দালালকেইটা নয়ন শইকীয়া, চিৰাজুল হক, গোবিন্দ চৌধুৰী, নুৰ ইচলাম আহমেদ, জয়ন্ত ডেকা, প্ৰাঞ্জল বৰ্মণ, জয়ন্ত দাস
- এই অভিযানত আৰু বহু লোক আটক হোৱাৰ সম্ভাৱণা আছে
-
মহানগৰীৰ জি.ডি ল’জৰ ১০৮নং কোঠাত চলিছিল জলসম্পদ বিভাগৰ চাকৰিৰ বেহা
-
মষ্টাৰ মাইণ্ড ৰফিকুল ইছলামে ১৪ আগষ্টত তিনিটা কোঠা বুক কৰি বাহৰ পাতিছিল ল’জখনত
- ৯ আৰু ১০ ছেপ্টেম্বৰৰ পৰা হোটেলখনত আছিল আনকেইটা দালাল।