নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দাম কমিল আৰু দাম বাঢ়িল ক’ত ?

দাম কমিল

আমদানিকৃত নিউজ প্ৰিণ্ট, ক্ৰীড়া সামগ্ৰী, মাইক্ৰ’ফোন, বৈদ্যুতিক বাহন, তেল, ছেম্পু, ডিটাৰজেণ্ট, টুথপেষ্ট, ঘৰুৱা বৈদ্যুতিক সামগ্ৰী, ছেনিটেৰী সামগ্ৰী, ব্ৰিফকেছ, বেগ, বটল, কণ্টেইনাৰ, চশমাৰ ফ্ৰেম, বিছনা, বাঁহৰ ফাৰ্মিচাৰ, ধূপকাঠী, পাস্তা, নিমখীয়া পেকেট খাদ্য, চকলেট, লৰাইটাৰ, কাষ্টাৰ্ড পাউদাৰ, কাচৰ সামগ্ৰী, কুকাৰ, প্ৰিণ্টাৰ আদি ।

দাম বাঢ়িল

জোতা-চেণ্ডেল, আচবাব-পত্ৰ, আমদানি কৰা চিকিতসা সৰঞ্জাম, চিগাৰেট-ধঁপাতজাতীয় সামগ্ৰী, ৱাল ফেন, ৰান্ধনিঘৰৰ সামগ্ৰী, কেঁচা চেনি, টেমাৰ গাখীৰ, কিছু এলকহলযুক্ত পানীয়, ছয়া ফাইবাৰ, ছয়া প্ৰ’টিন, কৃষিভিত্তিক পণ্য সামগ্রী, ষ্টীল, তাম, লোৰ আকৰ, অনুঘটক ৰূপান্তৰকাৰী–কিছু বৈদ্যুতিক পণ্য–কিছু অটোম’বাইলৰ খুচুৰা যন্ত্রাংশ, মাখনৰ ঘি, মাখনৰ তেল, ভোজ্য তেল, চিনাবাদাম মাখন, মেছলিন, ছুগাৰ বিট বীজ, সংৰক্ষিত আলু, ছুইংগাম, আখৰুট, পানী ফিল্টাৰ, পেট্র’ল–ডিজেল, সোণ, ছিন্থেথিক ৰবৰ, পিচিভি–টাইলছ, এচি, লাউড স্পীকাৰ, ভিডিঅ’ ৰেকর্ডাৰ, চিচি টিভি কেমেৰা, চিনামাটিৰ বাচন, ৰুবী, পন্না, নীলা, ৰুক্ষ ৰঙৰ ৰত্ন আদি ৷

You might also like