নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত পালছাৰ পি–১৫০ বাইক মুকলি

বিশেষ বাৰ্তা, ৩০ ডিচেম্বৰঃ বাজাজ অট’ৱে পালছাৰ পি–১৫০ মুকলি কৰিছে৷ এই অত্যাধিক বাইকখন ১৫০চিচি ইঞ্জিনৰ৷ আজি গুৱাহাটীত এক অনুষ্ঠানত এই বাইকখন আনুষ্ঠানিকভাৱে মুকলি কৰা হয়৷ নতুন ডিজাইনৰ এই বাইকখনত পালচাৰৰ সকলোবোৰ গুণ থকাত নতুন প্রজন্মৰ ৰাইডাৰসকলক অনুপ্রাণিত কৰাৰ আশা কৰা হৈছে৷

You might also like