নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহাত্মা গান্ধী আপোনাৰ কাৰণে ট্ৰেইলাৰ আমাৰ কাৰণে জীৱনঃপ্ৰধানমন্ত্ৰী

নিয়মীয়া বাৰ্তা ৬ ফেব্ৰুৱাৰীঃ লোকসভাত ৰাষ্ট্ৰপতিৰ অভিভাষণক, ধন্যবাদ প্ৰস্তাৱ সূচক মন্তব্য কৰিলৈ পোন প্ৰথমে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কংগ্ৰেছৰ ওপৰত আক্ৰমণ কৰে। দৰাচলতে প্ৰধানমন্ত্ৰীয়ে লোকসভাত প্ৰৱেশ কৰোতে কংগ্ৰেছে মহাত্মা গান্ধী অমৰ হওঁক শ্লগান দিছিল। তেতিয়া মোডীয়ে কলে মাত্ৰ ইমানেই। অধীৰ ৰঞ্জন চৌধুৰীৰ মন্তব্য এইয়া ট্ৰেইলৰ। ইয়াৰ প্ৰত্যুত্তৰত মোডীয়ে কয় গান্ধী আপোনাৰ কাৰণে ট্ৰেইলৰ হ’ব পাৰে আমাৰ কাৰণে জীৱন।

You might also like