নলবাৰীৰ MNC বালিকা কলেজত চাকৰি – ২৮ জুলাইত ১২ পদৰ সাক্ষাৎকাৰ
MNC বালিকা কলেজ-ত চাকৰি
এম এন চি বালিকা মহাবিদ্যালয়ত নিযুক্তি – ১২গৰাকী সহকাৰী অধ্যাপক (অৱসৰপ্ৰাপ্ত) আৰু MTS পদ
🔹 মহাবিদ্যালয়ৰ নাম : এম এন চি বালিকা মহাবিদ্যালয়, নলবাৰী
🔹 খালী পদ : ১২ টা
🔹 ইণ্টাৰভিউৰ তাৰিখ : ২৮-০৭-২০২৫
🔹 পদৰ নাম : সহকাৰী অধ্যাপক আৰু MTS
🔹 অফিচিয়েল ৱেবচাইট : www.mncbm.ac.in
পদৰ বিৱৰণ
১. সহকাৰী অধ্যাপক (অৱসৰপ্ৰাপ্ত)
-
মুঠ পদ : ১০গৰাকী
-
পদ বিভাজন :
-
পদাৰ্থ বিজ্ঞান : ২গৰাকী (UR)
-
ৰসায়ন বিজ্ঞান : ২গৰাকী (UR)
-
গণিত : ২গৰাকী (UR)
-
উদ্ভিদবিদ্যা : ২গৰাকী (UR)
-
জীৱবিদ্যা : ২গৰাকী (UR)
-
-
-
দৰমহা : মাহিলি ১,০০,০০০ টকা (ফিক্সড)
-
যোগ্যতা : প্রাদেশীককৃত/ চৰকাৰী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত স্থায়ী শিক্ষক
-
বয়স : ৬০ৰ পৰা ৬৫ বছৰৰ ভিতৰত
২. সহকাৰী অধ্যাপক
পদ সংখ্যা : ২টা পদ
দৰমহা : মাহিলি নিৰ্ধাৰিত ১,০০,০০০ টকা
আৱশ্যকীয় যোগ্যতা : স্বীকৃত বোর্ডৰ পৰা এইচ.এচ.এল.চি. (HSLC) উত্তীৰ্ণ বা সমমানৰ পৰীক্ষা উত্তীৰ্ণ।
বয়স : বয়স কমেও ১৮ বছৰৰ হ’ব লাগিব আৰু সৰ্বাধিক ৪০ বছৰৰ অধিক নহ’ব লাগিব।
এম.এন.চি. বালিকা মহাবিদ্যালয় নিযুক্তি ২০২৫ৰ বাবে আবেদন কেনেকৈ কৰিব
সহকাৰী অধ্যাপক পদৰ বাবে
উল্লেখ কৰা বিভাগসমূহত সম্পূৰ্ণৰূপে অস্থায়ী ভিত্তিত সহকাৰী অধ্যাপক পদৰ বাবে MNC Balika Mahavidyalaya (Science Stream), নলবাৰী মহাবিদ্যালয়ত ২৮/০৭/২০২৫ তাৰিখে পুৱা ১১ বজাত মহাবিদ্যালয়ৰ প্ৰাংগণত Walk-in-Interview অনুষ্ঠিত হ’ব।
আবেদনকাৰীয়ে নিম্নলিখিত নথিপত্ৰসমূহ সাক্ষাৎকাৰৰ দিনা আনিব লাগিব—
- HSLC পৰ্যন্ত সকলো শিক্ষাগত যোগ্যতাৰ মূল প্ৰমাণপত্ৰ
- প্ৰভিন্সিয়েলাইজড/চৰকাৰী মহাবিদ্যালয়ত নিযুক্তিৰ সম্পৰ্কীয় মূল নথিপত্ৰ
- উপৰিউক্ত নথিপত্ৰসমূহৰ স্ব-সাক্ষৰিত জেৰক্স কপি
ইয়াৰ উপৰি প্রাসঙ্গিক নথিপত্ৰ ঠিক মতে প্ৰস্তুত কৰি সাক্ষাৎকাৰত উপস্থিত থাকিবলৈ অনুৰোধ জনোৱা হৈছে।
MTS পদৰ বাবে
ইচ্ছুক আৰু যোগ্য প্ৰাৰ্থীসকলে ২৮/০৭/২০২৫ তাৰিখে পুৱা ১১ বজাত M.N.C. Balika Mahavidyalaya, নলবাৰী-ৰ প্ৰাংগণত অনুষ্ঠিত হ’বলগীয়া Walk-in-Interview-ত অংশগ্ৰহণ কৰিব পাৰে।
সাক্ষাৎকাৰৰ বাবে প্ৰাৰ্থীসকলে আনিব লাগিব:
- আপডেট কৰা Resume
- Passport size ফটো
- শিক্ষাগত অৰ্হতাৰ মূল নথিপত্ৰ আৰু এটা ছেট স্ব-সাক্ষৰিত জেৰক্স কপি
- চিনাক্তকৰণ পত্ৰ (ID Proof)
- বেংক পাছবুক
সাক্ষাৎকাৰৰ স্থান
MNC Balika Mahavidyalaya প্ৰাংগণ, নলবাৰী
তাৰিখ আৰু সময় : ২৮ জুলাই, ২০২৫ – পুৱা ১১:০০ বজা
সকলো যোগ্য প্ৰাৰ্থীক সময়মতে উপস্থিত থাকিবলৈ অনুৰোধ জনোৱা হৈছে।
Niyomiya Barta Desk, 25 July, 2025