নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত পুনৰ Hit&Run-ৰ ঘটনা : থিতাতে নিহত চাইকেল আৰোহী

পুনৰ গুৱাহাটীত সংঘটিত হৈছে Hit&Run-ৰ ঘটনা। নিশা গড়চুক উৰণ সেতুৰ তলত হিট এণ্ড ৰানৰ ঘটনা সংঘটিত হৈছে।

ফলত থিতাতে নিহত হয় চাইকেল আৰোহীজন। চাইকেল আৰোহীজনৰ নাম পৰমেশ্বৰ ৰায়। তেওঁ ঘৰ বিহাৰত বুলি জানিব পৰা গৈছে।

চাইকেল আৰোহীজনক মহটিয়াই  পলায়ন কৰে As 01 GC 8973 নম্বৰৰ ট্ৰাকখনে। দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰা ট্ৰাকখনক গড়চুক যান বাহন আৰক্ষীয়ে খেদি খেদি বৰাগাঁৱৰ পৰা জব্দ কৰে ট্ৰাকখন। ইফালে আটক কৰে চালককো।

Niyomiya Barta desk, 20 August

You might also like