Juria Eviction : সময় সীমা উকলিল : জুৰীয়াত উচ্ছেদক লৈ প্ৰশাসনৰ জাননী
Juria Eviction : অৱশেষত সময় সীমা উকলিল। পুনৰ প্ৰশাসনে জাৰি কৰিলে জাননী। সেই অনুসৰি অহা ২৩ আগষ্টৰ পৰা জুৰীয়াৰ জেঙনি আৰু বলিকটিয়াত থকা বেদখলকৃত ভূমিত চলিব প্ৰশাসনৰ বুলডজাৰ।
সেই দিনা পুৱা ৮ বজাৰ পৰা চলিব এই উচ্ছেদ অভিযান। উল্লেখ্য যে যোৱা ৫ জুলাই আৰু ৮ জুলাইত বেদখলকৃত ভূমি খালী কৰিবলৈ ধিং ৰাজহ চক্ৰ বিষয়াই জাৰি কৰিছিল জাননী।
Niyomiya Barta Desk, 21 August