ঘোষণা কৰা হ’ল ঘোষণা হ’ল বিটিচি নিৰ্বাচনৰ দিন
অৱশেষত ঘোষণা কৰা হল ঘোষণা হ’ল বিটিচি নিৰ্বাচনৰ দিন। নিৰ্বাচন আয়োগে
বিটিচি নিৰ্বাচনৰ দিন ঘোষণা কৰিলে। সেই অনুসৰি-
২২ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব নিৰ্বাচন
২৬ ছেপ্টেম্বৰত ভোটগণনা
মনোনয়ন দাখিলৰ অন্তিম দিন ২ ছেপ্টেম্বৰ
৪ ছেপ্টেম্বৰত মনোনয়ন পৰীক্ষা
মনোনয়ন প্রত্যাহাৰৰ অন্তিম দিন ৬ ছেপ্টেম্বৰ
মুঠ ৪০টা পৰিষদীয় সমষ্টিত অনুষ্ঠিত হ’ব নিৰ্বাচন
৩০টা সমষ্টি অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত
৫টা সমষ্টি সংৰক্ষিত অজনজাতীয় লোকৰ বাবে
৫টা সমষ্টি সকলো জনগোষ্ঠীয় লোকৰ বাবে মুকলি
BTCত মুঠ ভোটাৰ ২৬,৫৭,৯৩৭গৰাকী
পুৰুষ ভোটাৰ ১৩,২৩,৩৯৯গৰাকী, মহিলা ভোটাৰ ১৩,৩৪,৫২১গৰাকী।
Niyomiya Barta Desk, 26 August