চাংসাৰিত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত স্কুটী আৰোহী যুৱতী
৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ চাংসাৰিত ভয়ংকৰ পথ দুৰ্ঘটনা।
চাংসাৰি F.C.I. গুদামৰ সমীপত সংঘটিত হয় এই পথ দুৰ্ঘটনা।
দুৰ্ঘটনাৰ ফলত থিতাতে মৃত্যু হয় এগৰাকী যুৱতীৰ।
যুৱতীগৰাকী উত্তৰ গুৱাহাটী শিলসাঁকোৰ মন্দিৰা বৰদলৈ বুলি চিনাক্ত।
বাইহাটা চাৰিআলিৰ ফালৰ পৰা AS-01 DN-0327 নম্বৰৰ দুচকীয়া বাহনেৰে আহি আছিল যুৱতীগৰাকী।
দুৰ্ঘটনা সংঘটিত কৰি পলায়ন দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ।
Niyomiya Barta Desk, 2 September