IIT গুৱাহাটী-ত ৬টা জুনিয়ৰ টেকনিচিয়ান পদত চাকৰি
আইআইটি গুৱাহাটী নিয়োগ ২০২৫ – ৬টা জুনিয়ৰ টেকনিচিয়ান পদ
আবেদনৰ অন্তিম তাৰিখ: 15/09/2025
ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজি গুৱাহাটী (IITG)-এ ৬টা জুনিয়ৰ টেকনিচিয়ান পদৰ বাবে নিয়োগৰ জাননী প্ৰকাশ কৰিছে। আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীয়ে তলত দিয়া নিৰ্দেশনা অনুসৰি আবেদন কৰিব পাৰিব।
পদৰ নাম: জুনিয়ৰ টেকনিচিয়ান
মুঠ পদ: ০৬
বিভাগভিত্তিক শূন্যপদ:
-
UR: ৫
-
EWS: ১
বেতন: Pay Matrix Level-3 (7ম কেন্দ্ৰীয় বেতন আয়োগ অনুসৰি)
বয়স সীমা: সৰ্বাধিক ২৭ বছৰ। (আইআইটি গুৱাহাটী স্থায়ী কৰ্মচাৰীসকলৰ বাবে কোনো বয়সৰ সীমা নাথাকে।)
বয়সৰ ৰেহাই: SC/ST/OBC/PwBD/Ex-Serviceman প্ৰাৰ্থীৰ বাবে GOI নিয়ম অনুসৰি বয়সৰ ৰেহাই দিয়া হ’ব। UR পদৰ বাবে আবেদন কৰা SC/ST/OBC প্ৰাৰ্থীয়ে বয়সৰ ৰেহাই পাব নে।
শিক্ষাগত অৰ্হতা:
-
সংশ্লিষ্ট ক্ষেত্ৰত Bachelor’s Degree
-
৩ বছৰৰ Diploma in Engineering
-
ITI চনদসহ ৩ বছৰৰ অভিজ্ঞতা
-
কম্পিউটাৰ এপ্লিকেচনৰ জ্ঞান আৱশ্যক
বিভিন্ন বিভাগৰ ক্ষেত্ৰত বিশেষ অৰ্হতা:
-
Infrastructure Planning & Management (IPM): ITI Certificate Course in Electrician Trade + ৩ বছৰৰ অভিজ্ঞতা (33/11 KV, 11/0.433 KV সাব-ষ্টেচন আৰু DG Set চলোৱা)।
-
Central Workshop:
-
পদ ১ : ITI Certificate in Carpentry + ৩ বছৰৰ অভিজ্ঞতা।
-
পদ ২ : Diploma in Mechanical Engineering বা ITI Certificate in Turner + CNC Machine চলোৱাৰ ৩ বছৰৰ অভিজ্ঞতা।
-
-
Central Instruments Facility (CIF): Physics/Chemistry ত Bachelor’s Degree বা Electrical & Electronics Engineering, Engineering Physics, Biotechnology, Chemical Engineering ত Diploma/Bachelor’s Degree।
অতিৰিক্ত যোগ্যতা:
-
Industry/Academic Institute/Research Institute-ত ১ বছৰৰ অভিজ্ঞতা থাকিলে অগ্ৰাধিকাৰ।
-
Spectrophotometer, Mass Spectrometer, X-ray diffractometer, Electron microscope, Magnetometer আদি High-end Equipment চলোৱাৰ অভিজ্ঞতা থকা প্ৰাৰ্থীক প্ৰাধান্য দিয়া হ’ব।
আবেদন মাচুল
-
UR/OBC : 500/-
-
SC/ST, মহিলা আৰু PwBD প্ৰাৰ্থী : ৰেহাই
কেনেকৈ আবেদন কৰিব ?
-
অনলাইন আবেদন কৰিবলৈ ইয়াত ক্লিক কৰক Click here।
-
প্ৰথমে “Online Application Form”ত ক্লিক কৰি পঞ্জীয়ন সম্পূৰ্ণ কৰিব।
-
তাৰপিছত লগইন কৰি ব্যক্তিগত আৰু শিক্ষাগত তথ্যসমূহ ভৰাব লাগিব।
-
প্ৰয়োজনীয় নথি আপল’ড কৰিব।
-
মাচুল দিব (যদি প্ৰযোজ্য)।
-
আবেদন সম্পূৰ্ণ কৰি ছপা আউট ল’ব।
IIT GUWAHATIৰ ৱেৱছাইট ভিজিট কৰক Click here
গুৰুত্বপূর্ণ তাৰিখ
-
অনলাইন আবেদন আৰম্ভ : 16 আগষ্ট 2025
-
অনলাইন আবেদনৰ অন্তিম তাৰিখ: 15 ছেপ্টেম্বৰ 2025