BTC নিৰ্বাচন ২০২৫ : বাক্সাত ১১.৩০ বজালৈ ২৩.৯১%ৰ ভোটদান
BTC নিৰ্বাচন ২০২৫ – বাক্সা জিলাৰ ভোটাদানৰ শতাংশ ১১:৩০ বজালৈ
-
মুঠ ভোটদান : ২৩.৯১%
-
মথনগুৰি : ২১.৫১%
-
শালবাৰী : ২৪.১২%
-
কোকলাবাৰী : ২৫.৯০%
-
দিহিৰা : ২৩.৮%
-
মুছলপুৰ : ২৩.৬০%
-
বাগানপৰা : ২৪.৫%
নিয়মীয়া বাৰ্তা ডেস্ক, ২২ ছেপ্টেম্বৰ