নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোজাইত গাড়ী চলোৱা অৱস্থাত অগ্নিদগ্ধ হৈ এজন লোকৰ কৰুণ মৃত্যু

হোজাইত গাড়ী চলোৱা অৱস্থাত অগ্নিদগ্ধ হৈ এজন লোকৰ কৰুণ মৃত্যু

হোজাইৰ শিলিগুৰিবস্তিত সংঘটিত হৈছে এক শোকাৱহ ঘটনা।

গাড়ী চলোৱা অৱস্থাত অগ্নিদগ্ধ হৈ মৃত্যু এজন লোকৰ কৰুণ মৃত্যু ঘটে।

মৃত লোকজনৰ নাম শিলিগুৰিবস্তিৰ ৬১ বছৰীয়া হাৰাধন সূত্ৰধৰ।

লোকজনে নিজৰ টেম্পো বাহনলৈ শিলগুটি কঢ়িয়াবলৈ আহি যান্ত্ৰিক বিজুতি ঘটি এনে দুখদায়ক ঘটনা সংঘটিত হয়।

যান্ত্ৰিক বিজুতি ঘটা বাহনখনৰ নম্বৰ AS-02-BC-1927। লগে লগে ঘটনাস্থলীত হোজাই আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।

নিয়মীয়া বাৰ্তা ডেস্ক, ৭ অক্টোবৰ

You might also like