গুৱাহাটীৰ বিউটী পাৰ্লাৰ-ত উদ্ধাৰ ছিপাঝাৰৰ যুৱকৰ মৃতদেহ
গুৱাহাটী মহানগৰীৰ এখন বিউটী পাৰ্লাৰত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হৈছে। উদ্ধাৰ হোৱা মৃতদেহটো ছিপাঝাৰৰ শশাংক বণিয়াৰ বুলি চিনাক্ত কৰা হৈছে।
- গুৱাহাটীৰ বিউটী পাৰ্লাৰ-ত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা।
- গুৱাহাটী মহানগৰীৰ এখন বিউটী পাৰ্লাৰত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হৈছে।
- উদ্ধাৰ হোৱা মৃতদেহটো ছিপাঝাৰৰ শশাংক বণিয়াৰ বুলি চিনাক্ত কৰা হৈছে।
- খ্ৰীষ্টানবস্তিৰ হেড জ’ন হেয়াৰ এণ্ড বিউটি চেলুনৰ ভিতৰত উদ্ধাৰ হৈছে মৃতদেহটো।
- যুৱকজনক হত্যা কৰাৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকে।
- ইফালে ঘটনাস্থলীত উপস্থিত হৈছে দিছপুৰ আৰক্ষী।
নিয়মীয়া বাৰ্তা ডেস্ক, ১০ অক্টোবৰ