নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাহৰীঘাটত কুখ্যাত চাইবাৰ অপৰাধী আজমলক গ্ৰেপ্তাৰ

লাহৰীঘাটত পুনৰ কুখ্যাত চাইবাৰ অপৰাধী গ্ৰেপ্তাৰ। বহু বছৰ ধৰি পলাতক অৱস্থাত থাকি অৱশেষত লাহৰীঘাটৰ বৰছলা আৰক্ষীৰ জালত পৰা চাইবাৰ অপৰাধীজন হৈছে নগাবন্ধা অঞ্চলৰ আজমল।

জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰৰ পৰা লগৰীয়াৰ সৈতে ঘৰলৈ আহি থকাৰ অৱস্থা অঞ্চলটোৰ গৰৈমাৰীত আৰক্ষীয়ে কুখ্যাত চাইবাৰ অপৰাধী আজমলসহ ছজনক আটক কৰে। কুখ্যাত চাইবাৰ আজমলক পূৰ্বৰ গোচৰ ভিত্তিত গ্ৰেপ্তাৰ কৰি আজি আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।

নিয়মীয়া বাৰ্তা, ভূৰাগাঁও, ১৯ অক্টোবৰ

You might also like