নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিচেম্বৰত সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন

  • ডিচেম্বৰত অনুষ্ঠিত হব সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন
  • আজি প্ৰকাশ পাব পৰিষদৰ খচৰা ভোটাৰ তালিকা
  • ১০ নৱেম্বৰলৈ দাখিল কৰিব পাৰিব ওজৰ-আপত্তি।
  • ১৬ নৱেম্বৰৰ ভিতৰত নিষ্পত্তি কৰা হ’ব ওজৰ আপত্তি
  • ১৭ নৱেম্বৰত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা
  • সেই অনুসৰি  অনুষ্ঠিত হ’ব নিৰ্বাচন।

নিয়মীয়া বাৰ্তা ডেস্ক, ২৭ অক্টোবৰ

You might also like