নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী-ত চুৰি কাণ্ড : লুটিলে বিয়াৰ বাবে সাঁচি ৰখা ধনসহ সোণৰ অলংকাৰ

চোৰে গড্ৰেজৰ তলা ভাঙি লুটি নিলে নগদ ধনসহ লক্ষাধিক টকাৰ সোণৰ আ-অলংকাৰ

গুৱাহাটী মহানগৰীত পুনৰ চাঞ্চল্যকৰ চুৰি কাণ্ড সংঘটিত হৈছে। জাপৰিগোগৰ বিক্ৰমপুৰৰ বাইলেন-৩ৰ এটা ভাৰাঘৰত চোৰে চলালে চাফাই অভিযান। হিতেশ কলিতা নামৰ লোকজনৰ ভাৰাঘৰত চোৰে চলালে লুটপাত।

চোৰে গড্ৰেজৰ তলা ভাঙি লুটি নিলে নগদ ধনসহ লক্ষাধিক টকাৰ সোণৰ আ-অলংকাৰ।

উল্লেখ্য যে জাপৰিগোগত ৰাস চাবলৈ গৈছিল পৰিয়ালৰ লোক। হিতেশ কলিতা নামৰ লোকজনে নিজৰ বিবাহৰ বাবে সাঁচি ৰাখিছিল ধনসহ সোণৰ অলংকাৰখিনি।

ডিজিটেল ডেস্ক, ৭ নৱেম্বৰ

You might also like