দুই সন্তান আৰু পত্নীৰ কিয় জীৱন শেষ কৰিলে দিলে দানৱএমদাদুলে
এমদাদুল ইছলামে পাৰিবাৰিক কন্দলৰ বাবেই সংঘটিত হয় এই হত্যাকাণ্ডটো
- ধিঙৰ কাছখাটিত চাঞ্চল্যকৰ হত্যাকাণ্ড।
- পিতৃয়ে হত্যা কৰিলে দুই সন্তান আৰু পত্নীক।
- এমদাদুল ইছলামে পাৰিবাৰিক কন্দলৰ বাবেই সংঘটিত হয় এই হত্যাকাণ্ডটো।
- কোঠাৰে শুই থকা অৱস্থাত ঘপিয়াই হত্যা কৰে এমদাদুল ইছলামে।
- পত্নীৰ নাম তাজমিনা খাতুন।
- দুই কন্যাৰ নাম দিলহান হাছান আৰু আৰহান হাছান।
- আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এমদাদুল ইছলামক গ্ৰেপ্তাৰ কৰে।
- ইফালে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে।
- ঘটনা সন্দৰ্ভত ধিং আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
ডিজিটেল ডেস্ক, ১৯ ডিচেম্বৰ