নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশবাসীক ভিডিঅ’ বাৰ্তা যোগে কি কি ক’লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ?

নিয়মীয়া বাৰ্তা, ৩ এপ্ৰিলঃ সমগ্ৰ দেশজুৰি ২১ দিনীয়া লকডাউনৰ মাজতে শুকুৰবাৰে পুৱা ৯ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক উদ্দেশ্যি প্ৰেৰণ কৰে এক ভিডিঅ’ বাৰ্তা ।

  • ভাৰতে সন্মিলিতভাৱে কৰোনাৰ বিৰুদ্ধে যুঁজ দিছে
  • অহা ৫ এপ্ৰিলক লৈ প্ৰধানমন্ত্ৰী মোদীৰ গুৰুত্বপূৰ্ণ আহ্বান
  • “সেইদিনাই নিশা ৯ বজাত মই ৯ মিনিট সময় দেশবাসীৰ পৰা বিচাৰিছোঁ ।”
  • এই ৯ মিনিটত ঘৰৰ সকলো লাইট বন্ধ কৰিবলৈ আহ্বান প্ৰধানমন্ত্ৰীগৰাকীৰ
  • আন্ধাৰত মমবাতি, মোবাইলৰ লাইটৰ টৰ্চ, চাকি-বন্তী জ্বলাবলৈ আহ্বান
  • কিছুসময় মা ভাৰতীক স্মৰণ কৰিবলৈ আহ্বান
  • ক’ৰোনাই দেশত সৃষ্টি কৰা অন্ধকাৰ খেদাৰ বাবে এই আহ্বান
  • অৱশ্যে এই সময়ছোৱাত সামাজিক দূৰত্ব বজাই ৰাখিবলৈও আহ্বান কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে
  • লকডাউনলৈ দেশবাসীৰ সঁহাৰিক প্ৰধানমন্ত্ৰীৰ শলাগ ।

চাওক কি আহ্বান জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে-

You might also like