নিয়োগ বাৰ্তা : অসম সমবায় এপেক্স বেংকত ১৫০টা পদত চাকৰি
🔹 আবেদনৰ অন্তিম তাৰিখ ১৯ এপ্রিল
অসম কো–অপাৰেটিভ এপেক্স বেংক লিমিটেডে নিজৰ কর্মশক্তি শক্তিশালী কৰাৰ লগতে সমগ্র অসমতে বেংকিং সেৱা সম্প্রসাৰণৰ বাবে সহকাৰী পদৰ বাবে নতুন নিযুক্তি অধিসূচনা প্রকাশ কৰিছে৷ প্রয়োজনীয় অর্হতা পূৰণ কৰা ইচ্ছুক আৰু যোগ্য প্রার্থীয়ে অনলাইনযোগে আবেদন কৰিব পাৰিব৷
