নিয়োগ বাৰ্তা : অসম ৰাইফলছৰ ১১৭টা খালী পদত চাকৰি
🔹 আবেদনৰ শেষ তাৰিখ ১১ মে’, ২০২৬
হাবিলদাৰ ক্লার্ক, ৰাইফলমেন মেচন আৰু অধিক খালী পদৰ নিযুক্তিৰ বাবে অসম ৰাইফলছৰ অধিসূচনা ঘোষণা কৰা হৈছে৷ খালী পদৰ সবিশেষৰ প্রতি আগ্রহী আৰু সকলো যোগ্যতাৰ মাপকাঠী সম্পূর্ণ কৰা যোগ্য প্রার্থীসকলে অধিসূচনা পঢ়ি আবেদন কৰিব পাৰিব৷
