নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি শ্যামকানু মহন্তৰ জামিনৰ চূড়ান্ত ৰায়

জুবিন গাৰ্গ হত্যা গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনক লৈ আজি আদালতে চূড়ান্ত ৰায় প্ৰদান কৰিব। ইতিমধ্যে কেইবাদিন ধৰি চলি থকা শুনানিৰ অন্তত এই ৰায়ক লৈ আইনী মহলৰ লগতে সাধাৰণ লোকৰ মাজতো উত্তেজনা বৃদ্ধি পাইছে।

জানিব পৰা মতে, গোচৰটোৰ গুৰুত্ব বিবেচনা কৰি আদালতে সকলো পক্ষৰ যুক্তি শুনাৰ পিছত আজি সিদ্ধান্ত প্ৰকাশ কৰিব। অভিযোগ আৰু প্ৰমাণসমূহৰ ওপৰত ভিত্তি কৰি আদালতে কি ধৰণৰ ৰায় প্ৰদান কৰে, সেয়া এতিয়া সকলোৰে দৃষ্টি কেন্দ্ৰবিন্দু হৈ পৰিছে।

ডিজিটেল ডেস্ক, ৩০ এপ্ৰিল

You might also like