নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাইবাৰ অপৰাধীৰ বিৰুদ্ধে বৰপেটা আৰক্ষীৰ সফলতা, আটক অপৰাধী

  • চাইবাৰ অপৰাধীৰ বিৰুদ্ধে বৰপেটা আৰক্ষীৰ বৃহত সফলতা।
  • জিলাখনৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত কলগাছিয়াত আৰক্ষীৰ  অভিযান।
  • আৰক্ষীৰ অভিযানত উদ্ধাৰ ৮০খনতকৈ অধিক ATM কাৰ্ড, ৫০টা মবাইল ফোন, কিউৱাৰ কোড আৰু নগদ চাৰি লাখ টকা।
  • এই অভিযানত আৰক্ষীৰ জালত পৰে মাছুদ জিন্নুল আহমেদ নামৰ দুৰ্ধৰ্ষ চাইবাৰ অপৰাধী।
  • কলগাছিয়াৰ বিভিন্ন স্থানত অব্যাহত আৰক্ষীৰ অভিযান।

ডিজিটেল ডেস্ক, ৭ মে’

You might also like