গোৰেশ্বৰত পূজাৰ মাহ প্ৰসাদ খাই অসুস্থ ৬০গৰাকী লোক
- গোৰেশ্বৰত মাহ প্ৰসাদ খাই আতংক।
- গোৰেশ্বৰৰ দীঘলীপাৰত মাহ প্ৰসাদ খাই অসুস্থ প্ৰায় ৬০গৰাকী লোক।
- দীঘলীপাৰৰ অনিল বড়োৰ ঘৰত অনুষ্ঠিত হৈছিল বাথৌ পূজা
- পূজাৰ প্ৰসাদ খাই অসুস্থ পুৰুষ-মহিলা আৰু শিশুকে ধৰি ৬০গৰাকী লোক।
- যোৱা বৃহস্পতিবাৰে অনুষ্ঠিত হৈছিল বাথৌ পূজা।
- শৌচ, বমি হৈ অসুস্থ হৈ পৰে পূজাত বুট মাহ খোৱা ৬০ লোক।
- অসুস্থক মহৰীপাৰাৰ উত্তৰ বেতনা ৰাজ্যিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।
ডিজিটেল ডেস্ক, ১৭ মে’