- উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান
- তথ্য জনাৰ অধিকাৰ আইনৰ অধীনলৈ দেশৰ মুখ্য ন্যায়াধীশ
- বুধবাৰে পাঁচজনীয়া বিচাৰপীঠে প্ৰদান কৰে এই ঐতিহাসিক ৰায়
- দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায়দানৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত দাখিল কৰা হৈছিল আবেদন
- ৰঞ্জন গগৈৰ নেতৃত্বত গঠন কৰা পাঁচজনীয়া বিচাৰপীঠত আছে ক্ৰমে- ন্যায়াধীশ এন বি ৰমন, ডি ৱাই চন্দ্ৰচূড়, দীপক গুপ্তা আৰু ন্যায়াধীশ সঞ্জীৱ খান্না